--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এজন গ্ৰাহকে নিজৰ বাহনত EXTRA GREEN ডিজেল ভৰোৱাৰ পিছতে পোহৰলৈ আহিল ঘটনা।

ডিজিটেল ডেস্কঃ মহানগৰীৰ পেট্ৰল পাম্পত আজৱ ঘটনা। নুনমাটিৰ ছেক্টৰ ৩ৰ Indian Oil ৰ পেট্ৰল পাম্পত ডিজেলৰ সলনি গ্ৰাহকে পালে পানী।


এজন গ্ৰাহকে নিজৰ বাহনত EXTRA GREEN ডিজেল ভৰোৱাৰ পিছতে পোহৰলৈ আহিল ঘটনা।


হেমেন ডেকা নামৰ ভুক্তভোগী গ্ৰাহকজনৰ অভিযোগ অনুসৰি আজি নুনমাটিৰ ছেক্টৰ 3 ৰ Indian Oil ৰ পেট্ৰল পাম্পত চাৰিচকীয়া বাহনত ভৰাইছিল ছয় হাজাৰ টকাৰ ডিজেল। কিছু দূৰ যোৱাৰ পিছতে বন্ধ হৈ পৰিল গাড়ীৰ ইঞ্জিন।


মেকানিকক দেখুওৱাত পোহৰলৈ আহিল বাহন বন্ধ হোৱা কাৰণ। তেলৰ বিসংগতিৰ বাবে বন্ধ হৈ পৰিল গ্ৰাহক জনৰ বাহন। পিছত ভুক্তভোগী গ্ৰাহক উপস্থিত হল পেট্ৰল পাম্পত।


গ্ৰাহকৰ অভিযোগৰ পিছতে ঘটনাস্থলীত উপস্থিত হোৱা পেট্ৰল পাম্প কৰ্তৃপক্ষই তেলত বিসংগতি ধৰা পেলাই বন্ধ কৰে ডিজেল দিয়া মেচিনটো। লগতে গ্ৰাহক জনক দিয়া তেলৰ নমুনা পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ