--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আকবৰ হোসেনে নদীৰ পৰা পানী তুলিবলৈ মটৰ সংযোগ কৰাৰ সময়তে হঠাৎ বিদ্যুৎপৃষ্ট হয় যাৰ ফলত ঘটনাস্থলীতেই গুৰুতৰভাৱে আহত হয় যুৱকজন।

ডিজিটেল ডেস্কঃ কাছাৰ জিলাৰ উধাৰবন্দৰ খাসপুৰ এলেকাত সংঘটিত হৈছে এক মৰ্মান্তিক দুৰ্ঘটনা। নদীৰ পৰা মটৰ সংযোগ কৰি পানী তুলিবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ এজন যুৱকৰ মৃত্যু হয়। মৃত যুৱকজনৰ নাম আকবৰ হোসেন। তেওঁৰ বয়স মাত্ৰ ১৯ বছৰ ।


ঘটনাৰ বিৱৰণ অনুসৰি, আকবৰ হোসেনে নদীৰ পৰা পানী তুলিবলৈ মটৰ সংযোগ কৰাৰ সময়তে হঠাৎ বিদ্যুৎপৃষ্ট হয় যাৰ ফলত ঘটনাস্থলীতেই গুৰুতৰভাৱে আহত হয় যুৱকজন।


ঘটনাৰ পিছতেই পৰিয়ালৰলোকে আকবৰক নদীৰ পৰা উদ্ধাৰ কৰি তৎক্ষণাত টিকল মডেল হাস্পতাললৈ লৈ যায়। তাত কৰ্তব্যৰত চিকিৎসকে অৱস্থা সংকটজনক বুলি উল্লেখ কৰি তেওঁক শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ স্থানান্তৰ কৰাৰ পৰামৰ্শ দিয়ে।


কিন্তু দুৰ্ভাগ্যবশতঃ শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱাৰ পথতেই আকবৰ হোসেনৰ মৃত্যু হয়। এই ঘটনাই সমগ্ৰ অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ