--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আটকাধীন যুৱকজন মেঘালয়ৰ উত্তৰ গাৰোপাহাৰ জিলাৰ ৰংজেঙত ঘৰ বুলি জানিব পৰা গৈছে ৷ জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ১ লাখ ৭০ হাজাৰ টকা ৷

ডিজিটেল ডেস্কঃ দুধনৈ আৰক্ষীয়ে আজি বিয়লি দামৰা পথৰ মেঘালয় বাছ আস্থানৰ পৰা মেঘালয়ৰ এগৰাকী ড্ৰাগছ সৰবৰাহকাৰী আটক কৰাৰ লগতে ধৃত যুৱকজনৰ পৰা ১৭ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰও জব্দ কৰিবলৈ সক্ষম হয় ।


আটকাধীন যুৱকজন মেঘালয়ৰ উত্তৰ গাৰোপাহাৰ জিলাৰ ৰংজেঙত ঘৰ বুলি জানিব পৰা গৈছে ৷ জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ১ লাখ ৭০ হাজাৰ টকা ৷


 উল্লেখ্য যে, ড্ৰাগছখিনি মেঘালয়ৰ পৰা অসমলৈ নে অসমৰ পৰা মেঘালয়লৈ সৰবৰাহ কৰিছিল সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ