--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো নিজ কাঠমি গাঁৱৰ মোজাম্মিল হক বুলি জানিব পৰা গৈছে।

ডিজিটেল ডেস্কঃ  ৰাজ্যত ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ দিনা আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন সৰবৰাহকাৰী ধৰা পৰিল ৰাইজৰ হাতত।


আজিৰ দিনটোত এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।


দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ জোৰশিমুলীত ৰাইজৰ হাতত ধৰা পৰিল ড্ৰাগছ সৰবৰাহকাৰীটো।


ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো নিজ কাঠমি গাঁৱৰ মোজাম্মিল হক বুলি জানিব পৰা গৈছে।


আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা ৰাইজে ৬ টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হৈছে।


এই ঘটনাৰ খবৰ পাই জোৰশিমুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ দাস উপস্থিত হয় ঘটনাস্থলীত।


পিছত ৰাইজে ধৃত ড্ৰাগছ সৰবৰাহকাৰী মোজাম্মেল হকক ড্ৰাগছ কণ্টেইনাৰসহ আৰক্ষীক চমজাই দিয়ে।


আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীজন সম্প্ৰতি জোৰশিমুলী আৰক্ষীয়ে জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ