--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সমাজ পৰিক্ৰমা বিভাগে বৃহস্পতিবাৰে প্ৰকাশ কৰা 'দ্য ৱৰ্ল্ড ইকনমিক ছিটুৱেশ্যন এণ্ড প্রছপেক্টেছ-২০২৬' শীর্ষক প্রতিবেদনত এই তথ্য উল্লেখ কৰা হৈছে।

ডিজিটেল ডেস্ক : প্রত্যাহ্বানমূলক বিশ্বজনীন পৰিস্থিতিৰ পাছতো ২০২৬ চনত ভাৰতৰ বিকাশৰ হাৰ ৬.৬ শতাংশ হ'ব। এই সম্ভাৱনা ব্যক্ত কৰিছে ৰাষ্ট্ৰসংঘই। 


ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সমাজ পৰিক্ৰমা বিভাগে বৃহস্পতিবাৰে প্ৰকাশ কৰা 'দ্য ৱৰ্ল্ড ইকনমিক ছিটুৱেশ্যন এণ্ড প্রছপেক্টেছ-২০২৬' শীর্ষক প্রতিবেদনত এই তথ্য উল্লেখ কৰা হৈছে। 


উল্লেখ কৰিছে যে ভাৰতৰ প্ৰতিবেদনত বিকাশৰ হাৰ ২০২৫ চনৰ আনুমানিক ৭.৪ শতাংশৰ পৰা ২০২৬ চনত ৬.৬ শতাংশলৈ হ্রাস পাব। তথাপি ভাৰত বিশ্বৰ দ্রুত বিকশিত অর্থনীতিয়ে হৈ থাকিব। আমেৰিকাই আৰোপ কৰা উচ্চ পৰিমাণৰ শুল্কই ২০২৬ চনত ভাৰতীয় অর্থনীতিৰ বিকাশত প্রভাৱ পেলাব বুলিও উল্লেখ কৰা হৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ