--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাষ্ট্ৰীয় পাৰমাণৱিক নিয়ন্ত্রকে অনুমোদন জনোৱাৰ পাছতেই বিশ্বৰ এই বৃহত্তম পাৰমাণৱিক প্রকল্পটো পুনৰ আৰম্ভ হ'ব।

ডিজিটেল ডেস্ক : জাপানে বিশ্বৰ বৃহত্তম পাৰমাণবিক শক্তি কেন্দ্ৰ পুনৰ কাৰ্যক্ষম কৰাৰ দিশত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। 


এই বিষয়ত দেশখনৰ চৰকাৰে পদক্ষেপ লোৱাৰ সময়তে স্থানীয় কর্তৃপক্ষ নিগাটাই কাশ্মীৱাজাকী-কাৰিয়া প্ৰকল্পটো পুনৰ আৰম্ভ কৰাত অনুমোদন জনাইছে। ২০১১ চনত ফুকুশ্বিমা দুর্যোগত ধ্বংস হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে টকিঅ' ইলেকট্রিক পাৱাৰ কোম্পানীয়ে (টেপক') এই পাৰমাণৱিক প্রকল্পটো পুনৰ আৰম্ভ কৰাৰ দিশত অগ্ৰসৰ হৈছে। 


ৰাষ্ট্ৰীয় পাৰমাণৱিক নিয়ন্ত্রকে অনুমোদন জনোৱাৰ পাছতেই বিশ্বৰ এই বৃহত্তম পাৰমাণৱিক প্রকল্পটো পুনৰ আৰম্ভ হ'ব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ