--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই প্ৰতিভা সন্ধানী পৰীক্ষা আজি দিনৰ ১১ বজাৰ পৰা ১ বজালৈ অনুষ্ঠিত হয়। ১৪১৩ গৰাকীৰ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণে এই প্ৰতিভা সন্ধানী পৰীক্ষা অধিক জনপ্ৰিয়তাৰ শীৰ্ষত হৈ পৰা পৰিলক্ষিত হয়৷

ডিজিটেল ডেস্ক : ডুমডুমা বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰূপেশ গোৱালাৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এইবাৰো ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰাদেশীকৃত আৰু অপ্ৰাদেশীকৃত (ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বাদে) বিদ্যালয়সমূহৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আয়োজন কৰা হয় ‘বিধায়কৰ প্ৰতিভা সন্ধানী পৰীক্ষা – ২০২৫’। 



এই প্ৰতিভা সন্ধানী পৰীক্ষা আজি দিনৰ ১১ বজাৰ পৰা ১ বজালৈ অনুষ্ঠিত হয়। ১৪১৩ গৰাকীৰ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণে এই প্ৰতিভা সন্ধানী পৰীক্ষা অধিক জনপ্ৰিয়তাৰ শীৰ্ষত হৈ পৰা পৰিলক্ষিত হয়৷ পৰীক্ষাৰ বাবে ডুমডুমা অঞ্চলৰ চাৰিটা কেন্দ্ৰ ক্ৰমে পিএমশ্ৰী হুনলাল উচ্চতৰ মাধ্যমিক বিদ্যালয়, ডুমডুমা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ডুমডুমা বংগীয় বিদ্যালয় আৰু ল'টাছ একাডেমী। 


উল্লেখযোগ্য যে, পৰীক্ষা সমাপ্তিৰ পিছত মাননীয় মন্ত্ৰী ৰূপেশ গোৱালাই পৰীক্ষাৰ্থী ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে পিএমশ্ৰী হুনলাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুকলি মঞ্চত এক বিশেষ বাৰ্তালাপ অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ শিক্ষাৰ্থীসকলৰ প্ৰতিভা অন্বেষণ, উৎসাহ বৃদ্ধি আৰু শিক্ষাক্ষেত্ৰত আগবঢ়াই নিয়াৰ লক্ষ্যৰে আয়োজন কৰা এই পৰীক্ষাক লৈ ডুমডুমা অঞ্চলত ব্যাপক উৎসাহ-উদ্দীপনা দেখা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন