--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • উল্লেখ্য যে নাগালেণ্ডত যোৱা ২০১৭ চনৰ ১১ ছেপ্টেম্বৰত NSCNৰ আক্রমণত আসাম ৰাইফলচৰ জোৱান প্রবীন চন্দ্র বৰ্মন গুৰুতৰভাৱে আহত হৈছিল ।

ডিজিটেল ডেস্ক: NSCNৰ গুলীত আঘাতপ্ৰাপ্ত হৈ সুদীৰ্ঘ বছৰ ধৰি চিকিৎসাধীন হৈ থকা অসম ৰাইফলচৰ জোৱানৰ মৃত্যু ।


মৃত জোৱানগৰাকী হ'ল কোকৰাঝাৰ জিলাৰ ছালাকাটি পদ্মবিল গাঁৱৰ প্রবীন চন্দ্র বৰ্মন (৬০)।


শনিবাৰে নিশা ১:২০ মান বজাত মৃত্যু হয় জোৱানগৰাকীৰ।


মৃত্যুৰ পূৰ্বে জোৱানগৰাকীয়ে পত্নী, দুই কন্যা আৰু এগৰাকী পুত্ৰ সন্তানক ইহসংসাৰত এৰি থৈ যায়।


উল্লেখ্য যে নাগালেণ্ডত যোৱা ২০১৭ চনৰ ১১ ছেপ্টেম্বৰত NSCNৰ আক্রমণত আসাম ৰাইফলচৰ জোৱান প্রবীন চন্দ্র বৰ্মন গুৰুতৰভাৱে আহত হৈছিল ।


জোৱান গৰাকী তেতিয়াৰে পৰা অৰ্থাৎ ২০১৭ চনৰে পৰা চিকিৎসাধীন হৈ আছিল। পৰিয়ালে আশা কৰিছিল এদিন নহয় এদিন তেওঁ সুস্থ হৈ উঠিব। কিন্তু নিয়তিৰ পৰিহাসত তেওঁ সুস্থ হৈ নুঠিল আৰু অৱশেষত শনিবাৰে নিশা চিকিৎসাধীন অৱস্থাতে তেওঁ মৃত্যুক সাৱটি লয়।


উল্লেখ্য যে জোৱান প্রবীণ চন্দ্র বৰ্মনে চিকিৎসাধীন অৱস্থাতে যোৱা ২০২৫ চনৰ ১ ফেব্রুৱাৰীত অৱসৰগ্ৰহণ কৰিছিল।


মৃত্যুৰ সময়ত পত্নীসহ দুগৰাকী কন্যা আৰু এগৰাকী ল’ৰা সন্তান এৰি থৈ যায় প্রবীন চন্দ্র বৰ্মনে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন