--°C
Loading...
Listen to Article
1 min read
80%

In Short

  • এটা মাহ পূৰ্বে প্রিয়ংকাৰ বিয়া হৈছিল লামডিঙৰ ৰকি দেৱনাথৰ সৈতে বিয়াৰ পিছৰে পৰা যৌতুকৰ দাবী আৰু স্বামীৰ পৰকীয়া সম্পৰ্ক

ডিজিটেল ডেস্কঃ লামডিঙৰ জংগলী কালিবাড়ি অঞ্চলত সংঘটিত হৈছে এক দুঃখজনক ঘটনা। পকা কুঁৱাত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে এজন নববধূৰ মৃতদেহ। মৃত মহিলাগৰাকী হ’ল প্ৰিয়ংকা দেৱনাথ,ঘৰ কাৰ্বি আংলঙ জিলাত।


কেৱল এটা মাহ পূৰ্বে প্রিয়ংকাৰ বিয়া হৈছিল লামডিঙৰ ৰকি দেৱনাথৰ সৈতে।মৃত মহিলাগৰাকীৰ পৰিয়ালৰ অভিযোগ অনুসৰি, বিয়াৰ পিছৰে পৰা যৌতুকৰ দাবী আৰু স্বামীৰ পৰকীয়া সম্পৰ্কৰ বাবে প্ৰিয়ংকাৰ ওপৰত চলিছিল নিয়মীয়া শাৰীৰিক আৰু মানসিক অত্যাচাৰ।


পুৱতি নিশা স্বামীৰ ঘৰস্থিত পকা কুঁৱাৰ পৰা প্ৰিয়ংকাৰ মৃতদেহ উদ্ধাৰ হয়। পৰিয়ালৰ লোকসকলে স্পষ্টকৈ কয়—এইটো আত্মহত্যা নহয়, এইটো এটা পৰিকল্পিত হত্যা।পৰিয়ালৰ অভিযোগৰ ভিত্তিত লামডিং আৰক্ষীয়ে অভিযুক্ত স্বামী ৰকি দেৱনাথক গ্ৰেপ্তাৰ কৰিছে।


মৃতদেহটো মৰোনোক্তৰ পৰীক্ষাৰ বাবে নগাঁও মেডিকেল কলেজলৈ পঠিওৱা হৈছে। আৰক্ষীৰ তদন্ত অব্যাহত আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা