--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অনুৰাধাস্থিত পিৰামল ৰিচাৰ্জ এণ্ড মেনেজমেণ্ট ইনষ্টিটিউট চমুকৈ (১০৪) মুখ্য কাৰ্যালয়ত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা।

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰ বামুণীমৈদামত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে।


অনুৰাধাস্থিত পিৰামল ৰিচাৰ্জ এণ্ড মেনেজমেণ্ট ইনষ্টিটিউট চমুকৈ (১০৪) মুখ্য কাৰ্যালয়ত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা।


অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হয় কাৰ্যালয়ৰটোৰ এটা কোঠা।


শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ।


অগ্নিকাণ্ডটোৰ ফলত কোনো লোক হতাহত হোৱা নাই।


ভস্মীভূত হোৱা সামগ্ৰী সমূহৰ ক্ষয় ক্ষতিৰ পৰিমাণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই।


কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ নিৰ্বাপিত কৰে জুই।


সৌভাগ্যক্ৰমে ৰক্ষা পৰে অনুৰাধা ছবিগৃহৰ লগতে ওচৰে-পাজৰে থকা কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা