--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই সময়খিনিত অধৈর্য হৈ পৰে শ্বৰীফ আৰু অৱশেষত পুটিনে তুৰস্কৰ ৰাষ্ট্ৰপতি ৰিচেপ টায়ীপ এডোগানৰ সৈতে এখন বৈঠকত অংশ লৈ থকাৰ সময়তে বিনা অনুমতিত বৈঠকস্থলীত প্ৰৱেশ কৰিলে পাক প্রধানমন্ত্রীজনে।

ডিজিটেল ডেস্ক: আন্তঃৰাষ্ট্ৰীয় স্তৰত পুনৰ অপমানিত হ'ল সন্ত্রাসবাদৰ পৃষ্ঠপোষক ৰাষ্ট্ৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ। তুর্কমেনিস্তানৰ ৰাজধানী আছগাবাত অনুষ্ঠিত এখন আন্তঃৰাষ্ট্ৰীয় বৈঠকত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক সাক্ষাৎ কৰিবলৈ ৪০ মিনিট সময় অপেক্ষা কৰিব লগা হ'ল শ্বৰীফ।


এই সময়খিনিত অধৈর্য হৈ পৰে শ্বৰীফ আৰু অৱশেষত পুটিনে তুৰস্কৰ ৰাষ্ট্ৰপতি ৰিচেপ টায়ীপ এডোগানৰ সৈতে এখন বৈঠকত অংশ লৈ থকাৰ সময়তে বিনা অনুমতিত বৈঠকস্থলীত প্ৰৱেশ কৰিলে পাক প্রধানমন্ত্রীজনে। ১০ মিনিটৰ পাছতে তেওঁ বৈঠকস্থলী ত্যাগ কৰে। প্ৰধানমন্ত্ৰী শ্বৰীফৰ ৪০ মিনিটজোৰা অপেক্ষা আৰু অনুমিতি বিহীনভাৱে বৈঠকস্থলীত প্ৰৱেশৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে বিশ্বজুৰি হাঁহিয়াতৰ পাত্ৰ হৈছে শ্বৰীফ।


উল্লেখযোগ্য যে পূৰ্বৰ ছোভিয়েট ৰুছিয়া ভংগৰ ৩০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে তুর্কমেনিস্তানে এখন আন্তঃৰাষ্ট্ৰীয় বৈঠক অনুষ্ঠিত কৰিছিল। এই বৈঠকলৈ ৰুছিয়া, তুৰস্ক, ইৰান আৰু পাকিস্তানক আমন্ত্রণ জনোৱা হৈছিল।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ