--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দেশখনৰ সশস্ত্ৰ বাহিনীক দুৰ্বল কৰাৰ বাবে আৰু অশান্ত কৰিবলৈ ইমৰান খানে তেওঁৰ পৰিয়ালৰ লোকৰ সাক্ষাতৰ সুযোগ লৈ সামাজিক মাধ্যমত বহুতো অপপ্ৰচাৰ চলাই আছে।

ডিজিটেল ডেস্ক : পাকিস্তানৰ নৱনিযুক্ত 'চি ডি এফ' আছিম মুনিৰক সমালোচনা কৰাৰ বাবে প্রাক্তন প্রধানমন্ত্রী ইমৰান খানৰ বিৰুদ্ধে তীব্র আক্রামণাত্মক হৈ পৰিছে পাকিস্তানী সেনা। পাকিস্তানী সেনাই শুকুৰবাৰে প্ৰাক্তন প্রধানমন্ত্রী ইমৰান খানক মানসিকভাৱে অসুস্থ বুলি আখ্যা দিয়ে। 


দেশখনৰ সশস্ত্ৰ বাহিনীক দুৰ্বল কৰাৰ বাবে আৰু অশান্ত কৰিবলৈ ইমৰান খানে তেওঁৰ পৰিয়ালৰ লোকৰ সাক্ষাতৰ সুযোগ লৈ সামাজিক মাধ্যমত বহুতো অপপ্ৰচাৰ চলাই আছে। পাকিস্তানী সেনাৰ মুখপাত্র লেঃ জেনেৰেল আহমেদ শ্বৰীফ চৌধুৰীয়ে কয় যে ইমৰান খানৰ ৰাজনৈতিক আকাংক্ষা প্রবল। 


ইমৰান খানে বিশ্বাস কৰে যে যদি তেওঁ ক্ষমতাত নাই, তেনেহ'লে কোনো লোকেই ক্ষমতাত থাকিব নোৱাৰিব। চৌধুৰীয়ে কয় যে ইমৰান খানক জে'লত সাক্ষাতৰ পাছত তেওঁৰ পৰিয়ালৰ লোকে যিদৰে পাকিস্তানী সেনাৰ বিৰুদ্ধে বিষবাষ্প বিয়পাই আছে, ইয়াৰ বাবে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা লোৱা হ'ব।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ