--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা ৷ প্ৰায় তিনি ফুট ওখ আৰু প্ৰায় দহ কেজি ওজনৰ দুষ্প্ৰাপ্য পক্ষীবিধক উদ্ধাৰ কৰি বিহুবৰ বিভাগক গতাই দিয়ে স্থানীয় ৰাইজে ৷ Rare,species,of,Lesser,adjutant,found,in,Namchai,Charideo

ডিজিটেল ডেস্কঃমানুহে গছ বন কাটি তহিলং কৰাৰ ফলত বনৰীয়া পশু-পক্ষীৰ বাসস্থানৰ অভাৱ হোৱা পৰিলক্ষিত হৈছে । যাৰ ফলতেই চৰাইদেউ জিলাৰ অসম নাগালেণ্ড সিমান্তৱৰ্তী অঞ্চল নামচাই পথাৰত ৰাইজে উদ্ধাৰ কৰে দুষ্প্ৰাপ্য প্ৰজাতিৰ এটা বৰটোকোলা ৷


চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা ৷ প্ৰায় তিনি ফুট ওখ আৰু প্ৰায় দহ কেজি ওজনৰ দুষ্প্ৰাপ্য পক্ষীবিধক উদ্ধাৰ কৰি বিহুবৰ বিভাগক গতাই দিয়ে স্থানীয় ৰাইজে ৷


প্ৰাপ্ত তথ্য অনুসৰি, দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলাটো ৰাইজে পথাৰত আঘাতপ্ৰাপ্ত অৱস্থাত প্ৰত্যক্ষ কৰি বিহুবৰ বন বিভাগৰ কাৰ্য্যালত অৱগত কৰে ৷ পৰৱৰ্তী সময়ত ৰাইজৰ সহযোগত উদ্ধাৰ কৰিবলৈ সক্ষম হয় প্ৰায় তিনি ফুট ওখ আৰু প্ৰায় দহ কেজি ওজনৰ পক্ষীবিধক ৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ