--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আৰক্ষীৰ গোপন খবৰৰ বৃত্তিত গেৰেকীত অভিযান চলাই ৩৫ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেনাৰসহ জব্দ কৰে এখন মটৰ চাইকেল।

ডিজিটেল ডেস্কঃ  ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ দুই সৰবৰাহকাৰী।


আৰক্ষীৰ গোপন খবৰৰ বৃত্তিত গেৰেকীত অভিযান চলাই ৩৫ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেনাৰসহ জব্দ কৰে এখন মটৰ চাইকেল।


আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীদ্বয় নগাঁৱৰ আনাৰুল হুছেইন আৰু আশ্বিক আলী।


সৰবৰাহকাৰীদ্বয়ে ৰূপহীৰ পৰা AS02 AU 7857 নম্বৰৰ মটৰ চাইকেলেৰে নগাঁৱত সৰবৰাহ কৰাৰ সময়তে আৰক্ষীয়ে জব্দ কৰে ৫২.১৮গ্ৰাম ড্ৰাগছ।


সম্প্ৰতি ৰূপহীহাট আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ধৃত সৰবৰাহকাৰীদ্বয়ক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান