--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এগৰাকী ২৮ বছৰীয়া বিবাহিত মহিলা মমতা গোৱালাক অপহৰন কৰে ৰমেশ কৰ্মকাৰ নামৰ এজন ব্যক্তিয়ে

ডিজিটেল ডেস্কঃ এটাৰ পিছত এটা অপহৰণ কাণ্ডই ৰাজ্য জোকাৰি যোৱাৰ সময়তেই পুনৰ মাৰ্ঘেৰিটাৰ লিডুত সংঘটিত হৈছে এক অপহৰণ কাণ্ড। এগৰাকী ২৮ বছৰীয়া বিবাহিত মহিলা মমতা গোৱালাক অপহৰন কৰে ৰমেশ কৰ্মকাৰ নামৰ এজন ব্যক্তিয়ে।


ব্যক্তিজনৰ ঘৰ ডিগবৈৰ বালিজানত বুলি জানিব পৰা গৈছে।লিডু আঞ্চলিক খণ্ড বন বিষয়া কাৰ্যলয়ত অস্থায়ী ভাৱে কৰ্মৰত লোকজনে বহু দিন ধৰি মহিলা গৰাকীক মানসিক ভাৱে শাৰাশাস্তি কৰি অহা বুলি অভিযোগ পোৱা গৈছে।


ইফালে পৰিয়ালৰ লোকে ৰমেশ কৰ্মকাৰক ফোন কৰিলে তেও মহিলাগৰাকীক নিচাজাতীয় দ্ৰব্য খোৱাই অপহৰণ কৰি অনা বুলি স্বীকাৰ কৰিছে। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ লোকে লিডু আৰক্ষীক এখন এজাহাৰ দাখিল কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ