--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নিশা প্ৰায় দুই মান বজাত অস্ত্ৰধাৰী ডকাইতৰ ৫/৬ জনীয়া এটা দলে ঘৰৰ গ্ৰীল ভাঙি প্ৰৱেশ কৰি লুটি নিয়ে নগদ ধন সহ সোনৰ অলংকাৰ

ডিজিটেল ডেস্ক: শ্ৰীভূমিত সংঘটিত হ'ল ভয়ংকৰ ডকাইতি কাণ্ড। গৃহস্থক হাত ভৰি বান্ধি তাণ্ডব ডকাইত দলৰ। লুটি নিলে নগদ প্ৰায় এক লাখ টকা সহ বৃহত পৰিমাণৰ সোণৰ অলংকাৰ। ৰামকৃষ্ণনগৰ আৰক্ষী থানাৰ অন্তৰ্গত ঠেংগাৰগুল গাঁৱৰ ৰাহুল পালৰ ঘৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।



ঘটনাৰ অভিযোগ মতে যোৱা নিশা প্ৰায় দুই মান বজাত অস্ত্ৰধাৰী ডকাইতৰ ৫/৬ জনীয়া এটা দলে ঘৰৰ গ্ৰীল ভাঙি প্ৰৱেশ কৰি লুটি নিয়ে নগদ ধন সহ সোনৰ অলংকাৰ। ঘৰৰ প্ৰতিজন সদস্যক বান্ধি থৈ ডকাইতৰ দলে চলাইছিল লুটপাত। 


ডকাইতৰ দলে নগদ এক লাখ টকাৰ সমান্তৰালকৈ প্ৰায় ২০ তুলা সোণৰ অলংকাৰ লৈ যায়।


ডকাইত দলৰ আক্ৰমণত আহত হৈছে ঘৰৰ আটাইকেইজন সদস্য। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাস সহ বিশাল আৰক্ষী বাহিনী। স্নিফাৰ ডগ'ৰ জৰিয়তে চলোৱা হৈছে তদন্ত প্ৰক্ৰিয়া।


উল্লেখ্য যে সঘনাই জিলাৰ ভিন্ন প্ৰান্তত চুৰি ডকাইতিৰ ঘটনাত এক আতংকময় পৰিৱেশ জিলাখনত বিৰাজ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ