--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অসমৰ এখন আগশাৰীৰ ইংৰাজী কাকতৰ সাংবাদিক ফাৰহানা আহমেদৰ চুটি ছবি 'এক’জ ফ্ৰম দ্য ব্লু হিলছ'ৰ মঙলবাৰে নিশা জাৰ্মানীৰ হামবাৰ্গৰ ইণ্ডিয়া উইকত প্ৰদৰ্শিত হয়।

ডিজিটেল ডেস্ক : অসমৰ এখন আগশাৰীৰ ইংৰাজী কাকতৰ সাংবাদিক ফাৰহানা আহমেদৰ চুটি ছবি 'এক’জ ফ্ৰম দ্য ব্লু হিলছ'ৰ মঙলবাৰে নিশা জাৰ্মানীৰ হামবাৰ্গৰ ইণ্ডিয়া উইকত প্ৰদৰ্শিত হয়।২৩ জুনৰ পৰা চলি থকা ইণ্ডিয়া উইক-হামবাৰ্গৰ সাংস্কৃতিক শিতানৰ অংশ হিচাপে হামবাৰ্গৰ আবাটন কিনো চিনেমা হলত প্ৰদৰ্শন কৰা হয় এই চুটি ছবি।


'এক’জ ফ্ৰম দ্য ব্লু হিলছ ' হৈছে অসমৰ চাহ বাগিচাৰ যুৱক-যুৱতীৰ সৰবৰাহৰ বিষয়ে যিটো সাংবাদিক আহমেদে প্ৰযোজনা আৰু পৰিচালনা কৰিছিল।ছবিৰ প্ৰদৰ্শনৰ অন্তত পৰিচালকৰ সৈতে এক মুখামুখি অনুষ্ঠানৰ আয়োজন কৰা হয়। য’ত জাৰ্মানীত থকা প্ৰৱাসী অসমীয়াসকলৰ এটা দলেও অংশগ্ৰহণ কৰে। অনুষ্ঠানত জাৰ্মানীত থকা প্ৰৱাসী অসমীয়া সমাজৰ হৈ ফাৰহানা আহমেদক সম্বৰ্ধনা জনায় হামবাৰ্গত থকা অসমীয়া প্ৰবাসী শ্ৰীমন্ত ভূঞাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ