--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অসমত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা।

ডিজিটেল ডেস্কঃ অসমত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা। পুনৰ ৰাজ্যৰ ২২খন জিলাত বতৰ বিজ্ঞান বিভাগে Yellow Alert আৰু দুখন জিলাত বতৰ বিজ্ঞান বিভাগে Orange Alert জাৰি কৰিছে। 


পুনৰ ৰাজ্যৰ ২২খন জিলাত বতৰ বিজ্ঞান বিভাগে Yellow Alert আৰু দুখন জিলাত বতৰ বিজ্ঞান বিভাগে Orange Alert জাৰি কৰিছে।


বতৰ বিজ্ঞান বিভাগে আজি Yellow Alert জাৰি কৰা জিলাকেইখন-  দক্ষিণ শালমাৰা, ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, কামৰূপ(গ্ৰাম্য), কামৰূপ(মহানগৰ), বাক্সা ,  ওদালগুৰি, দৰং, নগাঁও, হোজাই, কাৰ্বি আংলং, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি, ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ আৰু ধেমাজি জিলা।


ডিমা হাচাও আৰু পশ্চিম কাৰ্বি আংলং জিলাত বতৰ বিজ্ঞান বিভাগে আজি Orange Alert জাৰি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ