--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বিহাৰত লোকপিয়ল, নির্বাচনী দায়িত্ব শিক্ষকক দিয়াৰ পাছত এইবাৰ বাটৰ কুকুৰ গণনা কৰাৰ দায়িত্ব দিয়া হৈছে সন্মানীয় শিক্ষাগুৰুসকলক।

ডিজিটেল ডেস্ক : এখন সমাজ, ৰাজ্য অথবা দেশক শিক্ষাৰ জ্যোতিৰে আগুৱাই নিয়াৰ ক্ষেত্ৰত শিক্ষাগুৰুসকলৰ ভূমিকা অপৰিসীম।


শিক্ষা দানেৰে ছাত্ৰ-ছাত্রীক মানুহ হিচাপে গঢ়ি তোলাই শিক্ষাগুৰু বা শিক্ষকৰ কাম বা ধৰ্ম। কিন্তু বিহাৰত আকৌ শিক্ষকৰ কাম বেলেগ। ৰাজ্যখনত শিক্ষকতা যেন শিক্ষকৰ বৃত্তি নহয়। বিহাৰ চৰকাৰৰ নির্দেশনাই তাকেই প্ৰমাণ কৰে। 


বিহাৰত লোকপিয়ল, নির্বাচনী দায়িত্ব শিক্ষকক দিয়াৰ পাছত এইবাৰ বাটৰ কুকুৰ গণনা কৰাৰ দায়িত্ব দিয়া হৈছে সন্মানীয় শিক্ষাগুৰুসকলক। ৰাজ্যখনৰ ছাছাৰাম পৌৰ নিগমৰ অধীনৰ বিদ্যালয়সমূহৰ শিক্ষকলৈ পথৰ কুকুৰৰ তথ্য সংগ্ৰহ কৰি নিগমক জমা দিবলৈ নির্দেশ দিয়া হৈছে। 


নির্দেশনাটোত কোৱা হৈছে যে বিদ্যালয়সমূহৰ পৰা এজনকৈ শিক্ষকক ন'ডেল বিষয়া হিচাপে নিয়োগ কৰি বিদ্যালয়ৰ দাঁতিকাষৰীয়া অঞ্চলৰ পথৰ কুকুৰৰ তথ্য সংগ্ৰহ কৰিব লাগিব।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ