--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • গাড়ীখন নিয়ন্ত্ৰণ হেৰুৱাই, পথত থকা আন কিছুমান লোককো আঘাত দিয়ে। প্ৰত্যক্ষদৰ্শী স্থানীয় ৰাইজে গাড়ীখন আটক কৰি তাত অগ্নিসংযোগ কৰে। লগতে ৰাস্তা অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

ডিজিটেল ডেস্কঃ বিজয়া দশমীৰ পুৱা শিলচৰৰ মেহেৰপুৰত এক ভয়ংকৰ পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰে তীব্ৰ উত্তেজনা।এখন দ্ৰুত গতিৰে অহা স্কৰ্পিঅ’ গাড়ীয়ে ৰাস্তা পাৰ হ'বলগা এজন ব্যক্তিক খুন্দা মাৰে। ঘটনাস্থলীতেই লোকজনৰ মৃত্যু হয়। মৃত ব্যক্তিজনৰ নাম সুশীল দাস


গাড়ীখন নিয়ন্ত্ৰণ হেৰুৱাই, পথত থকা আন কিছুমান লোককো আঘাত দিয়ে। প্ৰত্যক্ষদৰ্শী স্থানীয় ৰাইজে গাড়ীখন আটক কৰি তাত অগ্নিসংযোগ কৰে। লগতে ৰাস্তা অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।


এই ঘটনাৰ খবৰ পাই, শিলচৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমাল মাহাত্তা নিজেই আৰক্ষী বাহিনী লৈ ঘটনাস্থলত উপস্থিত হয়। দমকল বাহিনীয়ে ঘটনাস্থলিত উপস্থিত হৈ জ্বলন্ত গাড়ীখনত থকা জুই নিৰ্বাপণ কৰে।


আৰক্ষীয়ে স্থানীয় ৰাইজৰ সৈতে আলোচনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণত আনে। আৰক্ষীয়ে এতিয়া ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ