--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিসৰ্জনৰ গাড়ীসমূহক নির্দিষ্ট পথেৰে চলাচলৰ নিৰ্দেশ দিয়া হৈছে আৰু আন আন বাহনৰ বাবে পথৰ সালসলনি কৰা হৈছে

ডিজিটেল ডেস্কঃ বিজয়া দশমীৰ বাবে গুৱাহাটী মহানগৰীত যান-বাহনৰ চলাচলাৰ ক্ষেত্ৰত কিছু বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে, যাৰ ভিতৰত কিছু কিছু পথ বিসৰ্জনৰ বাবে নিয়োজিত কৰা হৈছে, আন কিছু পথ সাধাৰণ যান-বাহনৰ বাবে বন্ধ ৰাখিব লগীয়া হৈছে। বিসৰ্জনৰ গাড়ীসমূহক নির্দিষ্ট পথেৰে চলাচলৰ নিৰ্দেশ দিয়া হৈছে আৰু আন আন বাহনৰ বাবে পথৰ সালসলনি কৰা হৈছে ।


বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা-


-চানমাৰিৰ পৰা গুৱাহাটী ক্লাব-MC ৰোড, FC ৰোড, হাইক’ৰ্টৰ সন্মুখেৰে যাব লাগিব বিসৰ্জনৰ বাহন 


-টকৌবাৰী, পল্টনবজাৰ, উলুবাৰী, ৰিহাবাৰী, বিৰুবাৰী, ছাত্ৰীবাৰী, বিষ্ণুপুৰ, আঠগাঁও, ফটাশিলৰ বিসৰ্জনৰ বাহন... 


-AK আজাদ ৰোড, নেপালী মন্দিৰ, বিশাল পইণ্ট, পাণবজাৰ ROB, পানীটেংকি, MG ৰোড হৈ লাচিতঘাটলৈ


-খানাপাৰা, লালগণেশৰ পৰা বিষ্ণুপুৰ ৰোড, চাবিপুল, আৰ্যনগৰ, এ কে আজাদ ৰোড, নেপালী মন্দিৰ, বিশাল পইণ্ট, পাণবজাৰ পানীটেংকি, এম জি ৰোড হৈ লাচিতঘাটলৈ


-উলুবাৰী আৰু দক্ষিণ শৰণীয়াৰ পৰা GS ৰোড, অপ্সৰা, জনতা পইণ্ট, নেপালী মন্দিৰ, বিশাল পইণ্ট, পাণবজাৰ পানীটেংকি, এম জি ৰোড হৈ লাচিতঘাটলৈ


-ৰাজগড়, ভঙাগড় আৰু খ্ৰীষ্টানবস্তিৰ পৰা GS ৰোড-ভঙাগড়-ৰাজগড় পথ, কমাৰ্চ কলেজ পইণ্ট, চানমাৰি-গুৱাহাটী ক্লাব-MC ৰোড, হাইক’ৰ্টৰ সন্মুখেৰে বিসৰ্জনৰ বাহন


-গণেশগুৰি, দিছপুৰ, কাহিলিপাৰাৰ পৰা গণেশগুৰি হৈ RG বৰুৱা ৰোড, GNB ৰোড, গুৱাহাটী ক্লাব, MC ৰোড, FC ৰোড, হাইক’ৰ্টৰ সন্মুখেৰে লাচিতঘাটলৈ


-পাণবজাৰৰ বিসৰ্জনৰ বাহন HB ৰোড, মহামায়া পইণ্ট, পানীটেংকি, MG ৰোড হৈ লাচিতঘাটলৈ


-ভৰলুমুখ, শান্তিপুৰৰ বিসৰ্জনৰ বাহন DG ৰোড, ভৰলুমুখ পইণ্ট, AT ৰোড, পাণবজাৰ পানীটেংকি, এম জি ৰোড হৈ লাচিতঘাটলৈ


-অন্যান্য বাহনসমূহ বি বৰুৱা ৰোড হৈ উলুবাৰীৰ পৰা TC পইণ্টলৈ যাব পাৰিব


-বিসৰ্জনৰ পাছত প্ৰতিমা কঢ়িওৱা বাহনসমূহ MG ৰোড, DG ৰোড আৰু AT ৰোড হৈ প্ৰস্থান কৰিব পাৰিব



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ