--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • The,128,year,old,Jama,Mosque,in,Chaulkhowa,has,been,demolished,by,the,administration

ডিজিটেল ডেস্ক : আজি বুধবাৰে ডিব্ৰুগড় পৌৰণিগম কাৰ্যালয়ৰ সভাকক্ষ‍্যত এক সংবাদমেল সম্বোধন কৰে ডিব্ৰুগড় জিলা প্ৰশাসনে।


এই সংবাদমেলৰ জৰিয়তে কয় যে, ডিব্ৰুগড়ত কৃত্ৰিম বানৰ সমস্যা সমাধানৰ লক্ষ্যৰে এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰি জিলা প্ৰশাসনে সোমবাৰে ১২৮ বছৰীয়া চাউলখোৱা জামা মছজিদ ভাঙি বকুলৰ পৰা চেঁচা দলঙলৈ এটা বৃহৎ পানী নিষ্কাশন ব্যৱস্থা নিৰ্মাণ আৰু উন্নীতকৰণৰ সুবিধাৰ বাবে ১২৮ বছৰীয়া চাউলখোৱা জামা মছজিদ ভাঙিব লগীয়া হয়।


ডিব্ৰুগড় পশ্চিম ৰাজহ চক্ৰ বিষয়া দেৱ নাৰায়ন হাজৰিকা, ডিব্ৰুগড় পৌৰণিগমৰ আয়ুক্ত - জয় বিকাশ আৰু কাৰ্যবাহী বিষয়া নভাছ দাসৰ নেতৃত্বত অনুষ্ঠিত হোৱা সংবাদমেলত চাউলখোৱা জামাত সমিতিৰ সভাপতি মহম্মদ লিয়াকত আলীকে ধৰি অন্যান্য জ্যেষ্ঠ সদস্যসকলো উপস্থিত থাকে৷


সংবাদমেলৰ জৰিয়তে ডিব্ৰুগড় জিলা প্রশাসন আৰু মছজিদ সমিতি দুয়োটাই যৌথভাৱে স্পষ্ট কৰি দিয়ে যে মছজিদটো উচ্ছেদ কৰা হোৱা নাছিল, বৰঞ্চ পাৰস্পৰিক সন্মতিৰ ভিত্তিত ভাঙি পেলোৱা হৈছে। তেওঁলোকে দৃঢ়তাৰে কয় যে এই সিদ্ধান্ত চহৰখনৰ বৃহত্তৰ স্বাৰ্থত লোৱা হৈছে, কিয়নো নতুন জল নিষ্কাশন ব্যৱস্থাটো ডিব্ৰুগড়ৰ বান প্ৰশমন পৰিকল্পনাৰ এক গুৰুত্বপূৰ্ণ উপাদান। ইয়াৰ বাবে নিয়ম অনুযায়ী উচিত ক্ষতিপূৰণৰ ব্যৱস্থাও কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ