--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • সোমবাৰে এই সম্পর্কীয় এটা গোচৰৰ শুনানিৰ সময়ত সর্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে কয় যে সমগ্র হিংসাত্মক ঘটনাত এই দুই নেতাৰ মুখ্য ভূমিকা আছিল।

ডিজিটেল ডেস্ক : উত্তৰ-পূব দিল্লীৰ ২০২০ চনৰ হিংসাত্মক ঘটনাৰ অন্যতম অভিযুক্ত ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন আবেদন অগ্রাহ্য কৰিলে উচ্চতম ন্যায়ালয়ে। 


সোমবাৰে এই সম্পর্কীয় এটা গোচৰৰ শুনানিৰ সময়ত সর্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে কয় যে সমগ্র হিংসাত্মক ঘটনাত এই দুই নেতাৰ মুখ্য ভূমিকা আছিল। অভিযোগ আৰু প্রমাণসমূহৰ ভিত্তিত ন্যায়ালয়ে কয় যে ঘটনাৰ অন্য পাঁচজন অভিযুক্তৰ তুলনাত খালিদ আৰু ইমামৰ স্থিতি পৃথক। তেওঁলোক দুজন মুখ্য ভূমিকাত আছিল। 


গতিকে তেওঁলোকৰ জামিন সম্ভৱ নহয়। এই ঘটনাৰ আন পাঁচজন অভিযুক্তক সোমবাৰে ১২টাকৈ চৰ্তৰ ভিত্তিত জামিন প্ৰদান কৰে। ন্যায়ালয়ে প্রকাশ কৰে যে অহা এবছৰলৈ ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামে জামিনৰ বাবে আৱেদন কৰিব নোৱাৰিব। উল্লেখযোগ্য যে ২০২০ চনৰ ফেব্ৰুৱাৰীত দিল্লীত হোৱা হিংসাত ৫৩জন লোকৰ মৃত্যু হোৱাৰ লগতে প্রায় ২৫০জন লোক আহত হৈছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু