--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতীয় সেনাৰ মুৰব্বী উপেন্দ্ৰ দ্বিবেদী আৰু পশ্চিম নেভেল কমাণ্ডৰ কমাণ্ডাৰ ইন চীফ ভাইচ এডমিৰেল কৃষ্ণ স্বামীনাথনৰ উপস্থিতিত এই যুঁজাৰু জাহাজখন নৌ-সেনাত অন্তর্ভুক্ত কৰা হয়।

ডিজিটেল ডেস্ক : ভাৰতীয় নৌ-সেনাৰ শক্তি আজিৰ পৰা অধিক বৃদ্ধি হ'ল। ভাৰতৰ 'আত্মনিৰ্ভৰতা' দিশ প্ৰতিফলিত কৰি থলুৱাভাৱে নিৰ্মিত 'নীৰৱ ঘাতক' ৰূপে পৰিচিত 'আই এন এছ মাহে'ক সোমবাৰে নৌ সেনাৰ নতুন শক্তি হিচাপে অন্তর্ভুক্ত কৰা হ'ল। 


 ভাৰতীয় সামুদ্রিক সীমান্তক সুৰক্ষা দিবলৈ উৎসর্গিত এই 'আই এন এছ মাহে'ক ভাৰতীয় নৌ-সেনাই সোমবাৰে কার্যক্ষম কৰে। মুম্বাইৰ নেভেল ডকয়ার্ডত এই এন্টি-ছাবমেৰিন যুঁজাৰু জাহাজখনক নৌ-সেনাৰ শক্তি হিচাপে অন্তর্ভুক্ত কৰা হয়। 


ভাৰতীয় সেনাৰ মুৰব্বী উপেন্দ্ৰ দ্বিবেদী আৰু পশ্চিম নেভেল কমাণ্ডৰ কমাণ্ডাৰ ইন চীফ ভাইচ এডমিৰেল কৃষ্ণ স্বামীনাথনৰ উপস্থিতিত এই যুঁজাৰু জাহাজখন নৌ-সেনাত অন্তর্ভুক্ত কৰা হয়।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ