--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৰিল বাহাদুৰ থাপা, বসন্ত পানীকাৰ, নানু আগৰৱাল অবিনাশ প্ৰধান নামৰ চাৰিজনক আটক

ডিজিটেল ডেস্ক :তিনিচুকীয়াত পাখৰিজানত থকা পঞ্জীয়নভূক্ত স্ক্ৰেপিং প্ৰতিষ্ঠানৰ বিৰুদ্ধে উত্থাপন হৈছে চুৰি ডাম্পাৰ ক্ৰয় কৰাৰ গুৰুতৰ অভিযোগ।


তিনিচুকীয়া লিডু আৰক্ষী চকীত দাখিল হোৱা এজাহাৰৰ ভিত্তিত লিডু আৰক্ষীয়ে অভিযান চলাই আটক কৰে চাৰিজনক। ৰিল বাহাদুৰ থাপা, বসন্ত পানীকাৰ, নানু আগৰৱাল অবিনাশ প্ৰধান নামৰ চাৰিজনক আটক।


ডিব্ৰুগড়ৰ ঘনকান্ত গগৈ নামৰ ডাম্পাৰ মালিকৰ এজাহাৰৰ ভিত্তিত আটক।লেখা পানীৰ বমগাৰা নামৰ ঠাইত কয়লা কঢ়িয়াবৰ বাবে ব্যৱহাৰ কৰিছিল ডাম্পাৰ খন। স্বত্বাধিকাৰীয়ে AR 07 1113 ডাম্পাৰখন মুকিবুৰ ৰহমান নামৰ এজন লোকক ভাড়ালৈ দিছিল।বমগাৰা নামৰ ঠাইত ইঞ্জিন বিকল হোৱাৰ পিছত তাতে এৰি অহাৰ পাছত সেই ঠাইৰ পৰা ক্ৰেংৰ সহায়ত অনাৰ অভিযোগ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ