--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • যোৰহাটৰ এখন বিদ্যালয়ৰ কৰ্মকাণ্ডৰ কথা শুনিলে আচৰিত হ'ব আপুনি। আসাম ৰাইফলচ পাব্লিক স্কুল নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ সন্মুখত প্ৰতিবাদত বহিল শিক্ষাৰ্থী।

ডিজিটেল ডেস্কঃ শুক্ৰবাৰে সমগ্ৰ অসমকে শোকস্তব্ধ কৰি সকলোৰে মাজৰে পৰা আঁতৰি গ'ল মৰমৰ শিল্পী জুবিন গাৰ্গ। সমগ্ৰ দেশতেই শোকৰ ছাঁ পৰাৰ পাছতেই নিশা উজাগৰে থাকিও বহুলোকে অনুষ্ঠিত কৰিলে শ্ৰদ্ধাঞ্জলি। 


যোৰহাটৰ এখন বিদ্যালয়ৰ কৰ্মকাণ্ডৰ কথা শুনিলে আচৰিত হ'ব আপুনি। আসাম ৰাইফলচ পাব্লিক স্কুল নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ সন্মুখত প্ৰতিবাদত বহিল শিক্ষাৰ্থী। 


শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে সামাজিক মাধ্যম যোগে শনিবাৰৰ সকলো পৰীক্ষা জুবিনৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন নোহোৱা পৰ্যন্ত বন্ধ থাকিব বুলি ঘোষণা কৰাৰ পাছতো কেৰেপ নকৰে এই বিদ্যালয়খনে ।


কেৱল হলি'ডে লিষ্ট অনুযায়ী হে বিদ্যালয় বন্ধ অথবা অৰ্ধছুটি দিয়ে বিদ্যালয়খনে। জুবিন গাৰ্গৰ মৰ্মাহত খবৰক লৈ শোক নাই বিদ্যালয় কৰ্তৃপক্ষৰ মাজত। অনুষ্ঠিত কৰিবলৈ লৈছিল পৰীক্ষা।


ছাত্ৰ ছাত্ৰীৰ অভিযোগ বিদ্যালয়খনত কোনোদিন অনুষ্ঠিত কৰা নহয় শংকৰদেৱ-মাধৱদেৱৰ তিথি, কেতিয়াও পৰিৱেশন কৰা নহয় জাতীয় সংগীত। 


অসমীয়া সংস্কৃতিৰ পৰা বহু দুৰত নিজকে ৰাখি যোৰহাটৰ নিচিনা ঠাইত ব্যৱসায় চলাই এনেধৰণৰ বিদ্যালয়সমুহে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ