--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিত কালিমা সানিলে নলবাৰীৰ এগৰাকী শিক্ষকে। নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত পশ্চিম বনভাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লম্পত শিক্ষক আৱেদ আলীৰ বিৰুদ্ধে নিজ বিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ অভিযোগ।

ডিজিটেল ডেস্কঃ নলবাৰী সংঘটিত হৈছে শিক্ষক সমাজক লজ্জিত কৰা এক ঘটনা। নলবাৰী খাটিকুছিৰ পশ্চিম বনভাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হয় এই লজ্জাজনক ঘটনা।



শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিত কালিমা সানিলে নলবাৰীৰ এগৰাকী শিক্ষকে। নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত পশ্চিম বনভাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লম্পত শিক্ষক আৱেদ আলীৰ বিৰুদ্ধে নিজ বিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ অভিযোগ।


জানিব পৰা মতে বিদ্যালয়খনৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী এগৰাকীক দীৰ্ঘদিন ধৰি অশ্লীল মেচেজ আৰু ফোন কৰি আছিল লম্পত শিক্ষক আৱেদ আলীয়ে । যাৰ বাবে ছাত্ৰী গৰাকীয়ে স্কুললৈ অহা বন্ধ কৰিব লগা হৈছিল।


আজি বিদ্যালয়লৈ আহি থকা অৱস্থাত পৰিয়ালৰ লোকে ৰাইজৰ সহযোগত শিক্ষক জনক সোধা পোছা কৰাত দৌৰি গৈ খাটিকুছি চিকিৎসালয়ত আশ্ৰয় লয়। তাৰ পিছতে ঘগ্ৰাপাৰ আৰক্ষী থানাত খবৰ দিয়াত লম্পত শিক্ষক আবেদ আলীক আৰক্ষীয়ে থানালৈ লৈ যায়। বৰ্তমান লম্পত শিক্ষক গৰাকীক ঘগ্ৰাপাৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ