--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • যোৱা ৫ তাৰিখে কলিকতালৈ গৈছিল দত্তৰ পৰিয়ালটো । ৫ আৰু ৬ তাৰিখে চিচিটিভিত সকলো বোৰ ঠিকেই চলি আছিল।৭ তাৰিখৰ পৰা কোনো ধৰণৰ চিচিটিভিৰ সংকেত পোৱা নাছিল পৰিয়ালটোৱে

ডিজিটেল ডেস্কঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত থকা আবাসত চোৰৰ লুটপাত । চোৰে দুৱাৰ ভাঙি প্ৰৱেশ কৰে বিশ্ববিদ্যালয়ৰ আবাসত।


চোৰে লুটিলে আবাসত মজুত থকা বহু লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰৰ লগতে সা-সামগ্ৰী।সম্প্ৰতি ঘটনাস্থলীত উপস্থিত হৈছে জালুকবাৰী আৰক্ষী আৰু চিআইডিৰ দল।


গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংঘটিত এই চুৰিকাণ্ডই উদঙাইছে বিশ্ববিদ্যালয়ৰ নিৰাপত্তাৰ প্ৰকৃত স্বৰূপ।গুৱাহাটী বিশ্ববিদ্যালয় উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক অৰুণ কুমাৰ দত্তৰ বাসগৃহত হৈছে চুৰি কাণ্ড।।


যোৱা ৫ তাৰিখে কলিকতালৈ গৈছিল দত্তৰ পৰিয়ালটো । ৫ আৰু ৬ তাৰিখে চিচিটিভিত সকলো বোৰ ঠিকেই চলি আছিল।৭ তাৰিখৰ পৰা কোনো ধৰণৰ চিচিটিভিৰ সংকেত পোৱা নাছিল পৰিয়ালটোৱে।


শনিবাৰে আহি দেখে যে ঘৰটোৰ পিছ ফালৰ পৰা চোৰ সোমাই লৈ গ'ল ৮ লক্ষাধিক সোনৰ অলাংকাৰ।এই ঘটনাকলৈ বিশ্ববিদ্যালয়ত বৰ্তমান চাঞ্চল্যতাই বিৰাজ কৰিছে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ