--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ব'ল ব'মৰ নামত প্ৰশাসনৰ কোনো অনুমতি নোলোৱাকৈ উচ্চ প্ৰাবল্যত বিকট শব্দ কৰি বিভিন্ন গাড়ীত ডিজে লাইট জেনেৰেটৰ লগাই অশ্লীল গান বজাই পৰিবেশ বিনষ্ট কৰা দেখা যায়৷

ডিজিটেল ডেস্কঃ এতিয়া পৱিত্ৰ শাওণ মাহ৷ এই শাওণ মাহত শিৱ ভক্তসকলে ব'ল ব'ম যাত্ৰা কৰে৷ কিন্তু একাংশই পৱিত্ৰ ব'ল ব'মত অতপালি কৰা পৰিলক্ষিত হয়৷



ব'ল ব'মৰ নামত প্ৰশাসনৰ কোনো অনুমতি নোলোৱাকৈ উচ্চ প্ৰাবল্যত বিকট শব্দ কৰি বিভিন্ন গাড়ীত ডিজে লাইট জেনেৰেটৰ লগাই অশ্লীল গান বজাই পৰিবেশ বিনষ্ট কৰা দেখা যায়৷


বীৰ লাচিত সেনা তিনিচুকীয়া জিলা সমিতিয়ে ইতিমধ্যে আৰক্ষী প্ৰশাসন তথা জিলা আয়ুক্তক এই ক্ষেত্ৰত বিশেষ নজৰ দি একাংশই ধৰ্মৰ নামত পৰিবেশ বিনষ্ট নকৰিবলৈ বাবে স্মাৰক পত্ৰ প্ৰদান কৰিছিল৷


আজি পুৱাৰে পৰা ডুমডুমা চহৰত একাংশই নিচা জাতীয় দ্ৰব্য সেৱন কৰি উচ্চস্বৰৰ অশ্লীল গান বজোৱাত ক্ষু্ণ্ণ হৈ বীৰ লাচিত সেনাই গাড়ীসমূহ জব্দ কৰি আৰক্ষীক গতালে দিয়ে৷ আৰক্ষীয়েও এনে ধৰণৰ গাড়ীৰ ওপৰত নজৰ ৰাখি উচ্চস্বৰৰ গান বজোৱা বন্ধ কৰিবলৈ তৎপৰ হোদেখা যায়৷





FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ