--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যোৱা মঙ্গলবাৰে লামডিং জংঙ্গলী কালিবাড়ীত পকী কোৱাৰ ভিতৰত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল প্ৰিয়ংকা দেবনাথ নামৰ এগৰাকীক বোৱাৰী।

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে লামডিংত জংঙ্গলী কালিবাৰি অঞ্চল বাসিন্দা সকলে একেলগে ওলাই আহি মৃত বোৱাৰী গৰাকীৰ বিদেহি আত্মাৰ শান্তিৰ বাবে নীৰৱতা আৰু শ্ৰদ্ধাঞ্জলি পালন কৰাৰ লগতে উত্তাল প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা পৰিলক্ষিত হৈছে।


যোৱা মঙ্গলবাৰে লামডিং জংঙ্গলী কালিবাড়ীত পকী কোৱাৰ ভিতৰত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল প্ৰিয়ংকা দেবনাথ নামৰ এগৰাকীক বোৱাৰী।


কাৰ্বিআংলং জিলাৰ প্ৰিয়ংকা দেৱনাথ নামৰ ন'বোৱাৰী গৰাকী লামডিংৰ ৰকি দেৱনাথলৈ বিয়া হৈছিল ৷ মৃত ন'বোৱাৰী গৰাকী কাৰ্বি আংলং জিলাৰ পৰা ১মাহৰ পূৰ্ৱে লমডিংলৈ বিয়া হৈ আহিছিল ৷


যৌতুকৰ বাবে তথা স্বামীৰ পৰকীয়া প্ৰেমৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ পৰিয়ালবৰ্গৰ ৷ বিয়াৰ পিছৰে পৰা ন'বোৱাৰীগৰাকীক স্বামী আৰু শহুৰৰ পৰিয়ালে যৌতুকৰ বাবে অকৈথ্য নিৰ্যাতন চলোৱাৰো অভিযোগ উত্থাপন হৈছিল।


আজি লামডিং জংগলী কালী বাৰী অঞ্চলত দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তিৰ দাবীত অঞ্চল জুৰি উত্তাল প্ৰতিবাদ কৰে ৰাইজে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা