--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বৃদ্ধি হৈছে বোৱাৰী নিৰুদ্দেশৰ ঘটনা৷ নিৰুদ্দেশ বকোৰ মৈৰাচৰা গাওঁৰ এগৰাকী ছোৱালী সন্তানৰ মাতৃ।

ডিজিটেল ডেস্কঃ বৃদ্ধি হৈছে বোৱাৰী নিৰুদ্দেশৰ ঘটনা৷ নিৰুদ্দেশ বকোৰ মৈৰাচৰা গাওঁৰ এগৰাকী ছোৱালী সন্তানৰ মাতৃ। নৃত্যশিল্পী হিচাপে পৰিচিত আছিল বোৱাৰীগৰাকী। স্বামীক গাখীৰ ল'ব পঠিয়াই ঘৰৰপৰা নোহোৱা হ'ল সুন্দৰী পত্নী।


ৰাজ্যত পুনৰ নোহোৱা হ'ল এগৰাকী সুন্দৰী বোৱাৰী। স্বামীক ফোনতে ক'লে মই আহিলো, মানে একেবাৰে আহিলো, চিন্তা নকৰিবা তুমি। সুন্দৰী পত্নীৰ এই মাত শুনাৰ লগে লগেই হতভম্ব হৈ পৰিল স্বামী। এই ঘটনা হৈছে বকোৰ মৈৰাঁচৰা গাঁৱত।


ইফালে স্বামী নথকাত গোপনে ফোন লগাই পত্নীয়ে পৰকীয়া প্ৰেমিকলৈ।‌ ঘৰৰ পৰা স্বামী ওলাই গ'লে সুন্দৰী বোৱাৰীয়ে হেনো কথা পাতে কোনোবাৰ লগত। এতিয়া সুন্দৰী পত্নী শ্ৰদ্ধাঞ্জলিক বিচাৰি হাহাকাৰ কৰিছে পৱিত্ৰই। এতিয়া শুনক স্বামীৰ মুখেৰে


১২ বছৰীয়া কণমানি জীয়ৰীক এৰি ক'লৈ গ'ল শ্ৰদ্ধাঞ্জলি। পত্নী ক'লৈ গ'ল তাৰো পোৱা নাই সন্ধান। সেয়ে, এতিয়া পত্নীৰ নিৰুদ্দেশ সন্দৰ্ভত স্বামীয়ে মন্দিৰা আৰক্ষী চকীত দাখিল কৰিছে নিৰুদ্দেশ সম্পৰ্কীয় গোচৰ। এগৰাকী সন্তানৰ মাতৃ শ্ৰদ্ধাঞ্জলি সন্ধানহীন হৈ থকাত বিৰাজ কৰিছে চাঞ্চল্য। পৰকীয়া প্ৰেমৰ বাবে পলাই যোৱাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা