--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অনুপম শইকীয়াই কয় অসমত মিঞাই দুটা জেহাদ চলাইছে-লাভ জেহাদ আৰু ভূমি জেহাদ। মিঞাৰ এই দুটা ডাঙৰ পলিচি।

ডিজিটেল ডেস্কঃ শিৱসাগৰৰ বিধায়ক অখিল গগৈক লাভ জেহাদী আখ্যা অসমীয়া যুৱ মঞ্চৰ।চুমা খাই খাই অসমৰ উচ্ছেদিত মহিলাৰ লগত প্ৰেম কৰিবলৈ এৰি দিয়ক অখিল গগৈয়ে। ৰাজনৈতিক মুনাফাৰ কাৰণে অখিল গগৈয়ে অসমীয়াৰ স্বাভীমানৰ বুকুত আঘাট সনাৰ অভিযোগ অসমীয়া যুৱ মঞ্চৰ মুখ্য সাংগঠনিক সম্পাদক বৈকুণ্ঠ প্ৰিন্স পাঠকৰ।


"জুই পুৰি হাত পালেহি, অসমীয়াই আইন তুলি ল'বলৈ বাধ্য হ'ব। ফু মাৰি তন্ত্ৰ-মন্ত্ৰ কৰি অসমীয়া ছোৱালী লাভ জেহাদ কৰিছে বাংলাদেশী মিঞাই। পচলা কটা দি কাটিম অবৈধ বাংলাদেশী মিঞাক" -শীঘ্ৰেই অসম এৰি যাবলৈ নিৰ্দেশ অসমীয়া যুৱ মঞ্চৰ। 'আজিৰপৰা অবৈধ মিঞাই অসম এৰি গুচি যা'-এই হুংকাৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক আকাশ শইকীয়াৰ।


আনহাতে অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অনুপম শইকীয়াই কয় অসমত মিঞাই দুটা জেহাদ চলাইছে-লাভ জেহাদ আৰু ভূমি জেহাদ। মিঞাৰ এই দুটা ডাঙৰ পলিচি।


অসমৰ চৰকাৰী ভূমি দখল কৰি নিশাটোৰ ভিতৰতে জামাই গাঁৱৰ প্ৰতিষ্ঠা কৰিছে অবৈধ মিঞাই। শিৱসাগৰৰ ইউনিচ তামুলী খিলঞ্জীয়া মুচলমানৰ বদন। অবৈধ বাংলাদেশী আৰু মিঞাক ইউনিচ তামুলীৰ দৰে বদনে ৰক্ষণাবেক্ষণ দি আহিছে। এই বদনক চিনাক্ত কৰিব লাগে।


আজি অসমীয়া যুৱ মঞ্চৰ আমগুৰিস্থিত কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰে অসমীয়া যুৱ মঞ্চই। আজি অসমীয়া যুৱ মঞ্চই বৈকুণ্ঠ প্ৰিন্স পাঠকক সংগঠনটোৰ মুখ্য সাংগঠনিক সম্পাদকৰ দায়িত্ব প্ৰদান কৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ