--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • শোণিতপুৰৰ বালিপৰাত জুবিন গাৰ্গৰ এটা আৱক্ষ মূৰ্তি নিৰ্মান কৰিবলৈ বালিপৰাৰ মজিদুৰ ৰহমান নামৰ,এজন ব্যক্তিয়ে মাটি দান কৰিছে

ডিজিটেল ডেস্কঃ ৰাজ্যিক মৰ্য্যদাৰে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আজি শেষকৃত্য সম্পন্ন হোৱাৰ সময়তে শোণিতপুৰৰ বালিপৰাত জুবিন গাৰ্গৰ এটা আৱক্ষ মূৰ্তি নিৰ্মান কৰিবলৈ বালিপৰাৰ মজিদুৰ ৰহমান নামৰ,এজন ব্যক্তিয়ে মাটি দান কৰিছে। 


বালিপৰা পেপচি ক্লাৱ,বৃহত্তৰ বালিপৰা যুৱ মঞ্চ,বালিপৰা বয়জ ক্লাৱ আৰু বালিপৰা জুবিন অনুৰাগী ফেন ক্লাৱ তথা বালিপৰাবাসী ৰাইজৰ সহযোগত বালিপৰাৰ জুবিন অনুৰাগী মজিদুৰ ৰহমানে তেখেতৰ বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপতে থকা এডোখৰ মাটি মূৰ্তি নিৰ্মানৰ বাবে দান কৰাৰ পিছতেই উক্ত স্হানত কৰা হয় ভূমি পূজন । 


বালিপৰাঞ্চলৰ দল মত নিৰ্বিশেষে উপস্থিত শতাধিক ৰাইজৰ উপস্থিতিত পৰম্পৰাগত নীতি নিয়মেৰে ভূমি পূজন কৰি শীঘ্ৰে প্ৰিয় শিল্পীগৰাকীৰ আৱক্ষ মূৰ্তি নিৰ্মাণেৰে তেখেতক বালিপৰাৱাসীৰ মাজত ৰখাৰ প্ৰয়াস কৰা হব বুলি কয় ।





FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ