--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নিশা জামুগুৰিহাট বিদ্যুত উপ সংমণ্ডল বিষয়াৰ কাৰ্য্যলয় সংঘটিত এই চুৰিকাণ্ডত চোৰে চাৰিটাকৈ কোঠাৰ তলা ভাঙি চুৰি কৰি নিলে ইনভাৰ্টাৰ সহ বেটাৰী ,মজুত কৰি ৰখা কেইবাটাও পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ।

ডিজিটেল ডেস্ক :কোনো ধৰ্মীয় স্থানত নহয় এইবাৰ চোৰ সোমাল বিদ্যুত বিভাগৰ কাৰ্যালয়৷ চৌদিশে পোহৰ বিলোৱা জামুগুৰিহাটৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত সংঘটিত হৈছে এই ঘটনা৷


নিশা জামুগুৰিহাট বিদ্যুত উপ সংমণ্ডল বিষয়াৰ কাৰ্য্যলয় সংঘটিত এই চুৰিকাণ্ডত চোৰে চাৰিটাকৈ কোঠাৰ তলা ভাঙি চুৰি কৰি নিলে ইনভাৰ্টাৰ সহ বেটাৰী ,মজুত কৰি ৰখা কেইবাটাও পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ।


পুৱাৰ ভাগতহে বিদ্যুত উপসংমণ্ডল বিষয়াই কাৰ্য্যালয়ত চুৰি হোৱা বিষয়টি জানিব পাৰি কাৰ্য্যলয়ত উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভত জামুগুৰি আৰক্ষীক অৱগত কৰে৷

কাৰ্যালয়টিৰ বিষয়ববীয়া কৰ্মচাৰীসকলে সাংবাদিকৰ পৰা নিশা সংঘটিত চুৰিকাণ্ড লুকুৱাৰ চেষ্টা কৰিছিল কিন্তু নিশাৰ ভাগত বিদ্যুত বিভাগৰ কাৰ্যালয়টিৰ কাষতেই কৰ্তব্যৰত কৰ্মচাৰী থকাৰ পিছতো কিদৰে চোৰে সামগ্ৰীসমুহ চুৰি কৰি নিবলৈ সক্ষম হ’ল সেই লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ ইতিমধ্যে ঘটনাস্থলীত জামুগুৰি আৰক্ষী উপস্থিত হৈ চুৰিকাণ্ডৰ তদন্ত আৰম্ভ কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ