--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • যোৱা ৰাতি চোৰৰ দলটোৱে হানা দিয়ে কাটিগড়া টিলা কালীবাৰী, কাটিগড়া সার্বজনীন শনি মন্দিৰ আৰু এটা স্থানীয় টেণ্ট হাউচৰ গুদামত।

ডিজিটেল ডেস্কঃ কাছাৰ জিলাৰ কাটিগড়াত একেই ৰাতিত তিনিটা চুৰিৰ ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।


যোৱা ৰাতি চোৰৰ দলটোৱে হানা দিয়ে কাটিগড়া টিলা কালীবাৰী, কাটিগড়া সার্বজনীন শনি মন্দিৰ আৰু এটা স্থানীয় টেণ্ট হাউচৰ গুদামত।


টিলা কালীবাৰীৰ পৰা প্ৰায় ১৫ কেজি ওজনৰ প্ৰাচীন ঘণ্টা আৰু বৈদ্যুতিক সামগ্ৰী, শনি মন্দিৰৰ পৰা পূজাৰ দানপাত্ৰ ভাঙি নগদ ধন আৰু টেণ্ট হাউচৰ গুদামৰ পৰা ২৫–৩০ হাজাৰ টকাৰ সামগ্ৰী চুৰি কৰা হৈছে। তিনিটা প্ৰতিষ্ঠানৰ পক্ষৰ পৰা কাটিগড়া থানাত পৃথক এজাহাৰ দাখিল কৰা হৈছে। কাটিগড়া থানাৰ ঢিলছট দূৰত সংঘটিত এই দুঃসাহসিক ঘটনাই স্থানীয় লোকসকলক উদ্বিগ্ন কৰি তুলিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ