--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • প্ৰয়াত আৰক্ষী কৰ্মীজন হল সাহাব উদ্দিন বৰভুঁইয়া। তেওঁ কাছাৰৰ কৃষ্ণপুৰ-ভৈৰৱনগৰ গাঁও পঞ্চায়তৰ ৰায়পুৰ গাঁৱৰ বাসিন্দা আছিল। সাহাব উদ্দিন জয়পুৰ থানাত কৰ্মৰত আছিল।

ডিজিটেল ডেস্ক : কাছাৰত সংঘটিত এক শোকাৱহ দুৰ্ঘটনাত অসম আৰক্ষীৰ এজন জোৱানে জীৱন হেৰুৱালে। লক্ষীপুৰ জিলাৰ জয়পুৰ অঞ্চলত সংঘটিত এই দুৰ্ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।


প্ৰয়াত আৰক্ষী কৰ্মীজন হল সাহাব উদ্দিন বৰভুঁইয়া। তেওঁ কাছাৰৰ কৃষ্ণপুৰ-ভৈৰৱনগৰ গাঁও পঞ্চায়তৰ ৰায়পুৰ গাঁৱৰ বাসিন্দা আছিল। সাহাব উদ্দিন জয়পুৰ থানাত কৰ্মৰত আছিল।


সোমবাৰ নিশা তেওঁ বাইক লৈ কৰ্তব্যত ওলাইছিল। সেই সময়তে জয়পুৰ টাৰ্নিঙত বাইকখন এটা বিদ্যুতৰ খুঁটাত খুন্দা মাৰে। ফলস্বৰূপে বাইকখনৰ আগচকাটো বিস্ফোৰিত হয় আৰু সাহাব উদ্দিন মূৰত গুৰুতৰ আঘাতপ্ৰাপ্ত হয়।


স্থানীয় ৰাইজ আৰু আৰক্ষী বাহিনীৰ সহায়ত তেওঁক জয়পুৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। পাছত মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। কিন্তু ৰক্তক্ষৰণ অতিমাত্রা হোৱাৰ কাৰনে সাহাব উদ্দিনৰ মৃত্যু ঘটে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ