--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অসমীয়া মহিলা মঞ্চৰ সাধাৰণ সম্পাদিকা পাপৰি যতিন ফুকনৰ শিৱসাগৰ নগৰৰ সমীপৰ সিংহদুৱাৰস্থিত বাসগৃহত সংঘটিত হ'ল এই চুৰিকাণ্ড।

ডিজিটেল ডেস্কঃ শিৱসাগৰত চাঞ্চল্যকৰ চুৰি কাণ্ড। চোৰে লুটি নিলে লক্ষাধিক টকাৰ লগতে সোণ-ৰূপৰ আ-অলংকাৰ।


অসমীয়া মহিলা মঞ্চৰ সাধাৰণ সম্পাদিকা পাপৰি যতিন ফুকনৰ শিৱসাগৰ নগৰৰ সমীপৰ সিংহদুৱাৰস্থিত বাসগৃহত সংঘটিত হ'ল এই চুৰিকাণ্ড।


পাপৰি যতিন ফুকন আৰু তেওঁৰ স্বামী যতিন ফুকন কালি সন্ধিয়া ঘৰত তলা লগাই গৈছিল গুৱাহাটীত অধ্যয়নৰত জীয়াৰী ওচৰলৈ। কিন্তু জখলাবন্ধা গৈ পাওতে ম'বাইলত CCTV ভিজুৱেল পৰীক্ষা কৰোতেই ফুকন দম্পতীয়ে গম পালে ঘৰত সংঘটিত চুৰিকাণ্ডৰ বিষয়ে।


নিশা ১২ বাজি ৩৬ৰ পৰা ১ বাজি ৩০ মিনিটৰ ভিতৰত দুজনীয়া চোৰৰ দলে ঘৰত প্ৰবেশ কৰি চলাইছিল লুটপাত।


পাপৰি যতিন ফুকনৰ স্বামী পেছাত এটা ব্যক্তিগত তৈল্য প্ৰতিষ্ঠানৰ জ্যেষ্ঠ অভিযন্তা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ