--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বিৰোধী ডেম'ক্রেটিক পার্টিয়ে এপষ্টেইন ফাইলৰ তথ্যবোৰ ট্রাম্প প্রশাসনে কেনেদৰে চোৱা-চিতা কৰিছে, সেই বিষয়ত চোকা নজৰ ৰাখিছে।

ডিজিটেল ডেস্ক : আমেৰিকাৰ ন্যায় বিভাগে শেহতীয়াকৈ বৃহস্পতিবাৰে যৌন অপৰাধী জেফ্রি এপষ্টেইনৰ ফাইলৰ তথ্য মুকলি কৰে।


এই তথ্য মতে, এটা সাক্ষাৎকাৰত এগৰাকী মহিলাই প্রকাশ কৰিছে যে জেফ্রি এপষ্টেইনে তেওঁ নাবালক হৈ থকা অৱস্থাত মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰে তেওঁক পৰিচয় কৰোৱাইছিল আৰু ইয়াৰ পাছতে ট্রাম্পে তেওঁক যৌন উৎপীড়ন চলাইছিল। ন্যায় বিভাগে কয় যে ফাইলৰ এই তথ্য পূর্বতে মুকলি কৰা হোৱা নাছিল, কাৰণ এই তথ্যবোৰ ভুলবশতঃ 'নকল' বুলি চিহ্নিত কৰা আছিল। 


আনহাতে, বিৰোধী ডেম'ক্রেটিক পার্টিয়ে এপষ্টেইন ফাইলৰ তথ্যবোৰ ট্রাম্প প্রশাসনে কেনেদৰে চোৱা-চিতা কৰিছে, সেই বিষয়ত চোকা নজৰ ৰাখিছে। আনহাতে, সাক্ষাৎকাৰটোত মহিলাগৰাকীয়ে কয় যে যৌন অপৰাধী এপষ্টেইনে তেওঁক নিউয়র্কত ট্রাম্পৰ সৈতে পৰিচয় কৰোৱাইছিল। 

ডেমক্রেটৰ অনুসন্ধানকাৰীক ভুক্তভোগী মহিলাগৰাকীয়ে কৈছিল যে ৰাষ্ট্ৰপতি ট্রাম্পে তেওঁৰ সৈতে যৌন সম্বন্ধ কৰিবলৈ বলপূর্বক প্রচেষ্টা চলাইছিল। মহিলাগৰাকীয়ে আৰু কয় যে এপষ্টেইনৰ সৈতে তেওঁৰ সম্পর্ক থকাটো প্রকাশ নকৰিবলৈ তেওঁক বাৰে বাৰে টেলিফ'নযোগে ভাবুকি দিয়া হৈছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ