--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বছৰ বছৰ ধৰি অক্লান্ত প্রচেষ্টাৰ অন্তত আয়াতুল্লা আলী খামেনেইৰ নেতৃত্বত ইৰানে দেশখনৰ মিছাইলৰ বৃহৎ ভাণ্ডাৰৰ সুৰক্ষাৰ বাবে ভূগর্ভত বৃহৎ বৃহৎ বাংকাৰ স্থাপন কৰিবলৈ সক্ষম হৈছিল।

ডিজিটেল ডেস্ক : আমেৰিকা আৰু ইজৰাইল যদি পাৰমাণৱিক শক্তিৰে বলীয়ান, তেন্তে পাৰস্য উপ-সাগৰীয় দেশ ইৰানো কোনোগুণে কম নহয়। ইৰানৰ ভূগৰ্ভত আছে এখন 'মিছাইল মহানগৰ'।



বছৰ বছৰ ধৰি অক্লান্ত প্রচেষ্টাৰ অন্তত আয়াতুল্লা আলী খামেনেইৰ নেতৃত্বত ইৰানে দেশখনৰ মিছাইলৰ বৃহৎ ভাণ্ডাৰৰ সুৰক্ষাৰ বাবে ভূগর্ভত বৃহৎ বৃহৎ বাংকাৰ স্থাপন কৰিবলৈ সক্ষম হৈছিল। দেশখনৰ 'আণ্ডাৰগ্ৰাউণ্ড' এই বাংকাৰসমূহ মূলতঃ কেৰমানশ্বাহ, তাব্রিজ, ইছফাহান, চিৰাজ আদি অঞ্চলত স্থাপন কৰা হৈছিল। 


ইমানেই সুৰক্ষিত অৱস্থাত এই মিছাইলসমূহ ৰখা হৈছিল যে ইয়াক লোকচক্ষুৰ সন্মুখলৈ ননাকৈ ভূগৰ্ভৰ পৰাই নিক্ষেপ কৰাৰ ব্যৱস্থা আছিল। কিন্তু আমেৰিকা আৰু ইৰানৰ প্ৰচণ্ড আক্রমণে ইৰানৰ মিছাইল মহানগৰত বিপৰীত প্ৰভাৱ পেলাইছে। কাৰণ, উপগ্রহীয় তথ্যৰ ভিত্তিত শত্রু দেশ দুখনে ইৰানৰ ভূগৰ্ভত মিছাইল ৰখা বাংকাৰসমূহৰ দুৱাৰ মুখতেই মিছাইল আৰু ড্ৰ'নেৰে আক্রমণ চলাই গৈছে। 


যাৰ ফলত মিছাইল মহানগৰৰ পৰা মিছাইল নিক্ষেপত দেশখন বিফল হৈছে। কিন্তু ইৰানে শেহতীয়াকৈ চলাই থকা প্রত্যাক্রমণলৈ চাই মার্কিন বিশেষজ্ঞসকলে ঠাৱৰ কৰিছে যে দেশখনে হয়তো যুদ্ধৰ পূর্বে কিছু মিছাইল বাংকাৰৰ পৰা উলিয়াই আনি থৈছিল।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ