--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • একাংশ ৰাইজে চোৰক আটক কৰাৰ বাবে বাহনৰ পিছে পিছে খেদি যায়। পিছত ৰাইজে চোৰৰ বাহন খন ঝাপুচাবাৰীৰ কলনীপাৰাত আটক কৰে।

ডিজিটেল ডেস্কঃ আগমনিৰ ঝাপুসাবাৰীত বিলাসী বাহন সহ দুই ছাগলী চোৰ আটক। তিনি গভাইত চোৰে AS 17 E / 5130 নম্বৰৰ বিলাসী বাহনেৰে পাৱৰচৰাৰ ৰাজু সেনৰ ছাগলী চুৰি কৰি পলায়নৰ চেষ্টা চলায়।


একাংশ ৰাইজে চোৰক আটক কৰাৰ বাবে বাহনৰ পিছে পিছে খেদি যায়। পিছত ৰাইজে চোৰৰ বাহন খন ঝাপুচাবাৰীৰ কলনীপাৰাত আটক কৰে। ৰাইজে বাহনৰ পৰা দুজন চোৰক আটক কৰে যদিও এজন চোৰ পলায়ন কৰে।


স্থানীয় ৰাইজে ধৃত দুই চোৰ উত্তৰ ৰায়পুৰৰ আশ্ৰাফ আলী আৰু উত্তৰ টোকৰাৰছৰাৰ ছাকিৰ আলীক আটক কৰি উত্তম মাধ্যম সোধায় । এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাত আগমনি আৰক্ষীয়ে উপস্থিত হৈ ৰাইজৰ ৰোষৰ পৰা চোৰ দুজনক উদ্ধাৰ কৰে। আনহাতে বাহন খন জব্দ কৰাৰ লগতে দুটা চূৰি ছাগলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ