--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • একমাত্ৰ কন্যাক আচম্বিতে চিৰদিনলৈ হেৰুৱাই কান্দোনত ভাগি পৰিছে পিতৃ-মাতৃ।

ডিজিটেল ডেস্কঃ মায়ঙত এক কৰুণ ঘটনা সংঘটিত হৈছে। সৰ্প দংশনত মৃত্যুক সাবটিলে এগৰাকী কন্যা শিশুৱে।


মায়ঙৰ ঠেংভঙা গাঁৱৰ ৭ বছৰীয়া শিশুটিয়ে সকলোকে কন্দুৱাই এই পৃথিৱীৰ পৰা মেলানি মাগিলে।

একমাত্ৰ কন্যাক আচম্বিতে চিৰদিনলৈ হেৰুৱাই কান্দোনত ভাগি পৰিছে পিতৃ-মাতৃ।


হিয়া ঢাকুৰি কান্দিছে পিতৃ-মাতৃয়ে। সমগ্ৰ পৰিয়াল হৈ পৰিছে শোকস্তব্ধ।


উল্লেখ্য যে দুপৰীয়াৰ ভাত খাই পিতৃৰ লগত বিশ্ৰাম লবলৈ অলপ শুইছিল কণমানিজনীয়ে। পিতৃৰ ওচৰৰ পৰা শুই উঠি বিছনাৰ পৰা নামি যাওতেই বিচনাৰ তলৰ পৰা ওলাই অহা এটা বিষাক্ত সাপে তাইক দংশন কৰে।

পৰিয়ালৰ লোকে লগে লগেই  চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।


এই ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ