--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গুদামঘাটৰ ৰফিকুল ইছলাম আৰু হাজিবুৰ ৰহমান নামৰ দুজন যুৱকে নিজৰ ইন্ষ্টাগ্ৰামত একাউণ্টত আপলোড কৰিছিল কেইবাটাও হিন্দুবিৰোধী ভিডিঅ'।

ডিজিটেল ডেস্কঃ ফেচবুকত হিন্দুবিৰোধী মন্তৱ্য দি আটক দুই যুৱক।শোণিতপুৰৰ চাৰিদুৱাৰ থানাৰ অন্তৰ্গত গুদামঘাটৰ দুজন যুৱক। 


গুদামঘাটৰ ৰফিকুল ইছলাম আৰু হাজিবুৰ ৰহমান নামৰ দুজন যুৱকে নিজৰ ইন্ষ্টাগ্ৰামত একাউণ্টত আপলোড কৰিছিল কেইবাটাও হিন্দুবিৰোধী ভিডিঅ'।ইতিমধ্যে চাৰিদুৱাৰ আৰক্ষীয়ে আটক কৰিছে দুইজনকে । উল্লেখ্য যে ধৰ্মীয় অনুভূতিক আঘাট হানি নিজৰ ইষ্টাগ্ৰামত আপলোড কৰা ভিডিঅ'ৰ বাবে চাৰিদুৱাৰ আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত। গোচৰ নম্বৰ 04/26 বিপৰীতে US-196(2)/299/3(S)BNS.R/W Sec 67 IT Act ৰ অধীনত জেললৈ প্ৰেৰণ কৰিছে। 


ইতিমধ্যে চাৰিদুৱাৰ আৰক্ষীয়ে যুৱক দুজনৰ দুটাকৈ মোবাইল ফোনো জব্দ কৰিছে যদিও কেইবাটাও ভিডিঅ ডিলিট কৰিছে যুৱকদুজনে যদিও Screenshot লাভ কৰিছে আৰক্ষীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ