--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • শিশু যৌন নির্যাতন আৰু সৰবৰাহৰ জেফ্রি এপষ্টেইন গোচৰৰ সৈতে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ নামো সাঙোৰ খাইছিল।

ডিজিটেল ডেস্কঃ যৌন অপৰাধী হিচাপে দোষী সাব্যস্ত হোৱা জেফ্রি এপষ্টেইনৰ বিস্ফোৰক গোচৰৰ তদন্তৰ বহু প্রতীক্ষিত নথিসমূহ শুকুৰবাৰে আমেৰিকাৰ ন্যায় বিভাগে মুকলি কৰিছিল।


কিন্তু ৰহস্যজনকভাৱে এই স্পৰ্শকাতৰ তদন্তটোৰ ১৬টা ফাইল অদৃশ্য হৈ আছে। এই ১৬টা ফাইলত ড'নাল্ড ট্রাম্পৰ আপত্তিজনক ফটো থকাটো ইতিমধ্যে স্পষ্ট হৈছে। 


উল্লেখযোগ্য যে শিশু যৌন নির্যাতন আৰু সৰবৰাহৰ জেফ্রি এপষ্টেইন গোচৰৰ সৈতে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ নামো সাঙোৰ খাইছিল। শুকুৰবাৰলৈকে এই তদন্তৰ ১৬টা ফাইল উপলব্ধ আছিল যদিও শনিবাৰে ফাইলবোৰ ৰহস্যজনকভাৱে অদৃশ্য হয়। এগৰাকী নগ্ন নাৰীৰ কিছুমান পেইণ্টিং, ড'নাল্ড ট্রাম্পৰ অসংযত ফটো, এপষ্টেইনৰ কাষত ট্রাম্প, মেলানিয়া ট্রাম্প আৰু এপষ্টেইনৰ দীৰ্ঘদিনৰ সহযোগী ঘিছলেইন মেক্সৱেলক এখন ছবিত অন্তৰংগ মুহূৰ্তত দেখা গৈছিল। 


মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ কুকীৰ্তি নাইকিয়া কৰাৰ বাবে এটা নিশাৰ ভিতৰতে মার্কিন ন্যায় বিভাগে এই কাৰ্য কৰিছে বুলি ধাৰণা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ