--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ২০২২ চনৰ এপ্রিল মাহত ক্ষমতাচ্যুত হোৱা প্ৰাক্তন প্রধানমন্ত্রী খান কেইবাটাও গোচৰৰ সন্মুখীন হৈ ২০২৩ চনৰ আগষ্ট মাহৰ পৰা ৰাৱালপিণ্ডিৰ আদিয়ালা জে'লত ইতিমধ্যে কাৰাবাসত আছে।

ডিজিটেল ডেস্ক : তোষাখানা ২ দুর্নীতিৰ গোচৰত পাকিস্তানৰ প্ৰাক্তন প্রধানমন্ত্রী তথা কাৰাবন্দী হৈ থকা ইমৰান খান আৰু তেওঁৰ পত্নী বুশ্বৰা বিবিক ১৭ বছৰৰ বাবে কাৰাদণ্ডৰ ৰায় দিয়া হয়।


২০২২ চনৰ এপ্রিল মাহত ক্ষমতাচ্যুত হোৱা প্ৰাক্তন প্রধানমন্ত্রী খান কেইবাটাও গোচৰৰ সন্মুখীন হৈ ২০২৩ চনৰ আগষ্ট মাহৰ পৰা ৰাৱালপিণ্ডিৰ আদিয়ালা জে'লত ইতিমধ্যে কাৰাবাসত আছে।


উল্লেখযোগ্য যে এই তোষাখানা ২ দুর্নীতিৰ গোচৰটো হৈছে প্রধানমন্ত্রী হৈ থকাৰ সময়ত ২০২১ চনত ইমৰান খানে ছৌডি আৰবৰ চৰকাৰৰ পৰা পোৱা চৰকাৰী উপহাৰৰ কেলেংকাৰি কৰাৰ অভিযোগ উঠিছিল।


ৰাৱালপিণ্ডিৰ আদিয়ালা জে'লত গোচৰটোৰ ৰায় বিশেষ আদালতৰ ন্যায়াধীশ শ্বাহৰুখ আর্জুমণ্ডে ঘোষণা কৰে। আদালতখনে ইমৰান আৰু তেওঁৰ পত্নী উভয়কে ১৬.৪ মিলিয়ন 'পি কে আৰ'ৰ জৰিমনাও বিহে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ