--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বেংকৰ পৰা ঋণ লৈ খেতি কৰা দুই যুৱ কৃষকৰ এতিয়া মূৰত সৰগ ভাগি পৰিছে। কিন্তু অভিযোগ উঠিছে, বন্যহস্তী খেদিবলৈ বন বিভাগক খবৰ দিয়াৰ পাছতো আজুহাত দেখুৱাই দায়িত্ব পালন নকৰিলে বিভাগীয় কৰ্তৃপক্ষই।

ডিজিটেল ডেস্কঃ এইবাৰ বন্যহস্তীৰ লক্ষ্য মাজুলীৰ গেজিং চাপৰি। নিশাৰ ভিতৰতে বন্যহস্তীৰ চাৰি জনীয়া এটা জাকে তহিলং কৰিলে ২৫ বিঘাকৈ ৰবি শস্যৰ ফচল। 


বেংকৰ পৰা ঋণ লৈ খেতি কৰা দুই যুৱ কৃষকৰ এতিয়া মূৰত সৰগ ভাগি পৰিছে। কিন্তু অভিযোগ উঠিছে, বন্যহস্তী খেদিবলৈ বন বিভাগক খবৰ দিয়াৰ পাছতো আজুহাত দেখুৱাই দায়িত্ব পালন নকৰিলে বিভাগীয় কৰ্তৃপক্ষই।


পৰেশ কলিতা আৰু বিমান দত্তই গেজিং চাপৰিত এই দুজন যুৱকে স্বাৱলম্বী হোৱাৰ সপোন লৈ বেংকৰ পৰা ঋণ লৈ প্ৰায় ২৫ বিঘা মাটিত গঢ়ি তুলিছিল এই বিশাল কৃষি পাম। পথাৰত আছিল আলু, ৰঙালাও, বেঙেনা আৰু জাতি লাউৰ লানি নিছিগা ,সৰিয়হৰ খেতি। কিন্তু এতিয়া একোৱেই নাই। হাতীৰ গৰকনিত ধূলিসাৎ হ’ল তেওঁলোকৰ শ্ৰম আৰু সপোন।


ভুক্তভোগী কৃষকৰ অভিযোগ, হাতী অহাৰ খবৰ লগে লগে বন বিভাগক দিয়া হৈছিল। বন বিভাগৰ লোকে আজুহাত দেখুৱাই ঘটনাস্থলীত উপস্থিত নহ’ল। যাৰ ফলত নিৰ্বিঘ্নে হাতীৰ জাকে চলাই গ’ল ধ্বংসলীলা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ