--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • চৰকাৰী চাউল দালি খায় পোলোৱাত বিপাঙত পৰিছে সুলভ মুল্যৰ দোকানীজন ৷ প্ৰতি বছৰে দুই তিনি বাৰকৈ উক্ত সুলভ মুল্যৰ দোকানখনত বন্যহস্তীয়ে ভাঙি ক্ষতিসাধন কৰি আহিছে ৷

ডিজিটেল ডেস্ক : শোণিতপুৰৰ ৰঙাপৰাত অব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷ বন্যহস্তীৰ সন্ত্ৰাসৰ বাবে উজাগৰী নিশা কটাবলগীয়া হোৱা মাজতে কালি নিশা তাৰাজুলি চাহ বাগিচাত বন্যহস্তীয়ে চৰকাৰী সুলভ মূল্যৰ দোকান ভাঙি ক্ষতিসাধন কৰাৰ লগতে সা-সামগ্ৰী খায় তহিলং কৰে । 


নিশা খাদ্যৰ সন্ধানত সোনাই ৰূপাই বন্যপ্ৰানী অভয়াৰণ্যৰ পৰা ওলাই অহা বন্যহস্তীয়ে তাৰাজুলি চাহ বাগিচাৰ সূলভ মুল্যৰ দোকানী ৰাজেন্দ্ৰ দোগ্গাৰ দোকানত নিশা প্ৰৱেশ কৰা এটি একলশৰীয়া বন্যহস্তীয়ে দোকানৰ ৱাল ভাঙি দোকানত থকা চাউল, দালি, লগতে বিভিন্ন সামগ্ৰী খায় তহিলং কৰে ৷ 


চৰকাৰী চাউল দালি খায় পোলোৱাত বিপাঙত পৰিছে সুলভ মুল্যৰ দোকানীজন ৷ প্ৰতি বছৰে দুই তিনি বাৰকৈ উক্ত সুলভ মুল্যৰ দোকানখনত বন্যহস্তীয়ে ভাঙি ক্ষতিসাধন কৰি আহিছে ৷ ৰাইজে শীঘ্ৰে বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ বন বিভাগক দাবী জনাইছে ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন