--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • পবিতৰা অভয়াৰণ্যৰ গঁড়, ম'হ, বিভিন্ন পৰিভ্ৰমী চৰাইৰ লগতে পবিতৰাৰ নান্দনিক দৃশ্যই আপ্লুত কৰি তুলে পৰ্যটকক।

ডিজিটেল ডেস্ক: আলহী পক্ষীৰ কাকলিত মুখৰিত মায়ঙৰ পবিতৰা অভয়াৰণ্য। গঁড়,ম'হ গাহৰিৰ লগতে পৰিভ্ৰমী পক্ষীৰ দৃষ্টিনন্দন দৃশ্যই এতিয়া আকৰ্ষণ কৰিছে পৰ্যটকক।


যাদুনগৰী মায়ঙৰ পবিতৰা অভয়াৰণ্যত অন্যতম আকৰ্ষণৰ কেন্দ্ৰ বিন্দু তামুলীডুৱা বিল। এই তামুলীডুৱা বিলত নিচেই কাষৰ পৰাই ৩০ৰ পৰা ৩৫টা গঁড় একেলগে দেখা পোৱাটো পৰ্যটকৰ বাবে বৰ্তমান প্ৰায় সুলভ।


দেশ-বিদেশৰ পৰ্যটকে নিচেই কাষৰ পৰা উপভোগ কৰিছে কেইবাটাও গঁড় একেলগে বিচৰণ কৰাৰ ৰোমাঞ্চকৰ দৃশ্য। লগতে আকৌ বন্য ম'হৰ জাক ,বন্য গাহৰিৰ লগতে পৰিভ্ৰমী পক্ষীৰ জাকে অনন্য সুন্দৰ কৰি তুলিছে পবিতৰা অভয়াৰণ্য।


পবিতৰা অভয়াৰণ্যৰ গঁড়, ম'হ, বিভিন্ন পৰিভ্ৰমী চৰাইৰ লগতে পবিতৰাৰ নান্দনিক দৃশ্যই আপ্লুত কৰি তুলে পৰ্যটকক।


পবিতৰা অভয়াৰণ্যৰ তামুলীডুৱা বিলৰ এনে নান্দনিক দৃশ্যই হাত বাউলি মাতিছে এতিয়া পৰ্যটকক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ