--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা শুকুৰবাৰে ছবিগৃহত মুক্তি পালে ছৈইফ আলী খান, কৃতি সেনন আৰু প্ৰভাশৰ ছবি আদিপুৰুষ। ছবিখনে দৰ্শকৰ পৰা মিশ্ৰিত সঁহাৰি লাভ কৰিছে। এই ছবিখন বহুতে ভাল পাইছে, আনহাতে কিছুমানে এই ছবিখনত বহু অভাৱ বিচাৰি পাইছে।

অৱশ্যে সমালোচনাৰ মাজতো এই ছবিখনে প্ৰথম দিনাই বক্স অফিচত ১৪০ কোটি টকা সংগ্ৰহ কৰা বুলি কোৱা হৈছে।

ছবিখনত প্ৰভাশে ৰাম, কৃতি সেননে দেৱী সীতাৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু ছেইফ আলী খানে ৰাৱণৰ চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনৰ সংলাপৰ পৰা আৰম্ভ কৰি কাহিনীলৈকে চৰ্চা চলি আছে। ইফালে ছেইফ আলী খানৰো এক বেলেগ কাৰণত চৰ্চা চলি আছে। আচলতে ছেইফে নিজৰ পুত্ৰ টাইমূৰৰ সৈতে আদিপুৰুষৰ স্ক্ৰীনিঙলৈ গৈছিল। থিয়েটাৰৰ পৰা ওলাই আহোঁতে পাপাৰাজী আৰু অনুৰাগীয়ে তেওঁৰ ফটো তুলিবলৈ আগুৰি ধৰে৷






ছেইফ আলী খান ওলাই অহাৰ লগে লগে পাপাৰাজী আৰু অনুৰাগীয়ে ‘জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম’ ধ্বনি দিবলৈ আৰম্ভ কৰে। এই সময়ত ছাইফেও সকলোকে হাত যোৰ কৰি সম্ভাষণ জনায় যদিও ইয়াৰ পাছত তেওঁ এবাৰো জয় শ্ৰী ৰাম নক’লে। ইয়াৰ পিছত মানুহে তেওঁক ট্ৰল কৰিবলৈ ধৰিলে,যে ছেইফে হিন্দুু আস্থাৰ অপমান কৰিছে,এতিয়া এই ঘটনাক লৈ ইণ্টাৰনেটত যথেষ্ট প্ৰতিক্ৰিয়া দেখা গৈছে৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক