--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰু চিনেমাত অভিনয় নকৰে কাজল আগৰৱালে। খবৰ অনুসৰি, দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে নিজৰ ব্যক্তিগত জীৱনত অধিক মনোনিৱেশ  পুত্ৰ নীল কিচলুক সময় দিবলৈকে অভিনয় বাদ দিয়াৰ সিদ্ধান্ত লৈছে।

অৱশ্যে এতিয়ালৈকে এইয়া কেৱল উৰাবাতৰি হৈ আছে। শেহতীয়াকৈ কাজলে তেওঁৰ এখন ছবিৰ সৈতে টুইটাৰ হেণ্ডেলত এটা ৰহস্যময় পোষ্ট কৰিছিল।

তাত তেওঁ লিখিছে- যেতিয়া আপুনি দায়িত্ববোৰৰ মাজত সোমাই পৰিব আৰু তাৰমাজতে উশাহ ল’ব। অনুৰাগীসকলে ইয়াৰ পৰাই দায়িত্বসমূহৰ বিষয়ে অনুমান কৰিছে।

'হেই চিনামিকা’খ্যাত অভিনেত্ৰীগৰাকীয়ে মুঠ প্ৰায় ৫৫খন ছবিত অভিনয় কৰিছে। তেওঁৰ কিছুমান বিখ্যাত চিনেমা হ’ল: মিষ্টাৰ পাৰফেক্ট, জিলা, থুপাক্কি, ডাৰ্লিং। অজয় দেৱগনৰ বিপৰীতে ৰোহিত শ্বেট্টীৰ সিংহাম ছবিতো কাম কৰিছিল কাজলে।

কাজল আগৰৱালাই ব্যৱসায়ী গৌতম কিচলুৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। ২০২২ চনৰ ১৯ ​​মে’ত তেওঁলোকৰ এটি পুত্ৰসন্তান জন্ম হয়। সেয়েহে, তেওঁ আজিকালি নিজৰ অভিভাৱকত্বৰ কৰ্তব্য পালনত অধিক মনোনিৱেশ কৰিছে।

অভিনেত্ৰীগৰাকীয়ে শেহতীয়াকৈ অভিনয় কৰা  কমল হাছানৰ ইণ্ডিয়ান ২ আৰু নন্দমুৰি বালকৃষ্ণৰ পৰিচালিত 'ভগৱন্ত কেছাৰী’ ছবিৰ শ্বুটিং সম্পূৰ্ণ হ’ব হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ