--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৩ জানুৱাৰীত কলকাতাত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী উদযাপন কৰিব৷  নেতাজীৰ কন্যাই বিষয়টোত ভাল পাব লাগিছিল যদিও তেওঁ যেন সন্তুষ্ট নহয়৷  নেতাজীৰ কন্যা  অনিতা বসুৱে বিষয়টোকলৈ নিজৰ মতামত প্ৰকাশ কৰিছে।

২৩ জানুৱাৰীত সমগ্ৰ দেশে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী উদযাপন কৰিব। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘয়ো  নেতাজীৰ জন্মদিন  উদযাপন কৰাৰ সিদ্ধান্ত লৈছে৷  কিন্তু নেতাজীৰ জীয়ৰী অনিতা বসুৱে সেয়া  ভাল পোৱা নাই। তেওঁ ইয়াক গৰিহণা দিছে আৰু কৈছে যে নেতাজী সুভাষ চন্দ্ৰ বসুৱে  আৰ এছ এছৰ দৰে সংগঠনক কেতিয়াও আসৈ দিয়া নাছিল৷ 

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই (আৰ এছ এছ) কলকাতাৰ শ্বহীদ মিনাৰত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৬ সংখ্যক  জন্ম জয়ন্তী উদযাপন কৰিব৷ আৰ এছ এছ ৰ মুৰব্বী মোহন ভাগৱত অনুষ্ঠানটোৰ মুখ্য বক্তা হিচাবে উপস্থিত থাকিব৷ 

অনুষ্ঠানটো সন্দৰ্ভত অনিতা বসুৱে কয় "মোৰ দেউতা এজন এনে  মানুহ আছিল যিয়ে  এজন  হিন্দু আছিল যদিও  সকলো ধৰ্মৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিছিল৷ তেওঁ  বিশ্বাস কৰিছিল যে সকলোৱে একেলগে মিলিজুলি থাকিব লাগে । মই নাভাবো যে আৰ এছ এছে এনে নীতিত বিশ্বাস কৰে। যদি আৰ এছ এছে নেতাজীৰ আদৰ্শ গ্ৰহণ কৰা আৰম্ভ কৰিছে তেন্তে সেয়া  ভাৰতৰ বাবে ভাল হ'ব। নেতাজীয়ে ধৰ্মনিৰপেক্ষতাত বিশ্বাস কৰিছিল আৰু মই নিশ্চিত নহয় যে আৰ এছ এছে সেয়া বিশ্বস কৰে বুলি৷  যদি আৰ এছ এছে হিন্দু জাতীয়তাবাদী ধাৰণা প্ৰচাৰ কৰিব বিচাৰে, ই নেতাজীৰ আদৰ্শৰ সৈতে মিলা ধৰণৰ নহ'ব। যদি নেতাজীক এইক্ষেত্ৰত  ব্যৱহাৰ কৰা হয়, তেন্তে মই এনে কাৰ্যসূচীলৈ সমৰ্থন জনাব নোৱাৰো।"






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক